• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুক্তিৰ বাবে সাজু নতুন অসমীয়া বোলছবি ‘হিৰো’, জ্যোতি চিত্ৰবনত বিশেষ দৰ্শনী

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
February 17, 2022 3:07 pm
Assamese film Hero
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰেই অসমীয়া চলচিত্ৰ প্ৰেমীৰ মাজলৈ আহি আছে এখন নতুন বোলছবি ‘হিৰো’। ছাকিৰা আহিব বকুলতলৰ বিহুলৈ, গৰু চিনেমাৰে দৰ্শকৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰা চলচিত্ৰ নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে মুক্তিৰ বাবে সাজু হৈছে হিৰো।

জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ জৰিয়তে দৰ্শকৰ বাবে মুকলি কৰি দিবলগীয়া ‘হিৰো’ নামৰ চিনেমাখনৰ এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত।

অহা ২৬ ফেব্ৰুৱাৰী শনিবাৰে জ্যোতি চিত্ৰবনত তিনিটা বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ‘হিৰো’ৰ। দিনৰ ২ বজাত, ৪ বজাত আৰু ৬ বজাত এই দৰ্শনীকেইটাৰ আয়োজন কৰা হৈছে।

আজি এক সংবাদমেল আয়োজন কৰি ‘হিৰো’ৰ মুক্তি সন্দৰ্ভত বাখ্যা আগবঢ়ায় ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে।

উল্লেখ্য যে ২০১০ চনত গুৱেৰ্ণিকাৰ বেনাৰত হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হৈছিল এখন নাটক ‘মই শ্বাহৰূখ খান হব খোজো’। অভূতপূৰ্ব সফলতা লাভ কৰা সেই নাটকখনৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰি নিৰ্মান কৰা হৈছে নতুন অসমীয়া ভাষাৰ চিনেমা ‘হিৰো’।

চিনেমাখনৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে মহৰ্ষি তুহিন কাশ্যপ আৰু হিমাংশু প্ৰসাদ দাসে। ভাৰতৰ অন্যতম জনপ্ৰিয় অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাৰ হৈ এই চিনেমাখন প্ৰযোজনা কৰিছে কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই।

চিনেমাখনৰ চিত্ৰগ্ৰহনকাৰী হৈছে চন্দ্ৰ কুমাৰ দাস। সম্পাদক হাৰ্দিক কাশ্যপ। আৱহ সংগীত পল্লৱ তালুকদাৰৰ। শব্দ সংযোজন ৰুক্মজিত বৰুৱাৰ।মুখ্য সহকাৰী পৰিচালক জিতুল ৰাজবংশী আৰু প্ৰযোজনা নিয়ন্ত্ৰক কমল পৰান।

এই চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা চন্দন দাস আৰু অভিনেত্ৰী সন্ধ্যা হাজৰিকাই। তদুপৰি অতি গুৰুত্বপূৰ্ণ কেইবাটাও চৰিত্ৰত অভিনয় কৰিছে অসমৰ অভিনয় জগতৰ খ্যাতনামা অভিনেতা অৰুণ হাজৰিকা, জ্যোতি নাৰায়ন নাথ, অসীম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মুখাৰ্জী, আৰু প্ৰনামী বৰা আদিয়ে।

ইয়াৰ লগতে ফনীন্দ্ৰ ভট্ট, মন্মথ বৰুৱা, কবীন্দ্ৰ দাস, ৰূপমজ্যোতি দাস, প্ৰাঞ্জল এ. শৰ্মা, গৌতম দাস, বিদ্যুত বৰা, নিৰঞ্জন শৰ্মা, নিৰঞ্জন দাস, গৌৰৱ দাস আদিৰ লগতে এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে।

চিনেমাখন ৰীলড্ৰামাযোগে প্ৰদৰ্শিত হোৱাৰ পূৰ্বে অসমৰ ভিন্ন প্ৰান্তত বিশেষ ব্যৱস্থাৰে প্ৰদৰ্শনৰো দিহা কৰা হৈছে। চিনেমাখন উপভোগ কৰাৰ বাবে প্ৰযোজনা গোষ্ঠীৰ তৰফৰ পৰা দুটিকৈ ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে।

সেই নম্বৰ দুটাত যোগাযোগ কৰি দৰ্শকসকলে জ্যোতি চিত্ৰবনৰ বিশেষ দৰ্শনীৰ লগতে নিজ নিজ প্ৰান্তত চিনেমাখন উপভোগ কৰাৰ ব্যৱস্থা কৰিব পাৰিব। নম্বৰ দুটা হৈছে -7002643328 আৰু 7099576891।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd