• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত পুনৰ নতুন কোভিড বিধি : সান্ধ্য আইনৰ সময় বৃদ্ধি, দোকান-পোহাৰ খোলাৰ সময় হ্ৰাস

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 6:26 pm
bandh-750x375
645
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত পুনৰ নতুন কোভিড বিধি বলৱৎ কৰা হৈছে।

১৬ মে’ৰ পৰা নতুন কোভিড বিধি বলৱৎ কৰা হ’ব। মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্বাক্ষৰিত এক নিৰ্দেশনাৰ যোগে আজি শনিবাৰে এই কথা ঘোষণা কৰা হৈছে।

নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি দেওবাৰৰ পৰা ৰাজ্যত দিনৰ ১১ বজাতে সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান  বন্ধ কৰিব লাগিব ব্যৱয়াসীসকলে।

ইফালে দুপৰীয়া ১২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব সমগ্ৰ ৰাজ্যজুৰি।

অৰ্থাৎ দিনৰ ১২ বজাৰ পৰা পিছ দিনা পুৱা ৫ বজালৈকে সান্ধ্য আইন বলৱৎ হৈ থাকিব।

ইফালে যানবাহন চলাচল কৰাৰ ক্ষেত্ৰত ১৩ মে’ত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যাৰ নীতিয়ে প্ৰচলন থাকিব।

আনহাতে পূৰ্বৰ দৰেই স্বাস্থ্যকে আদি কৰি জৰুৰী সেৱাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এইসমূহ নতুন কোভিড বিধি বলৱৎ থাকিব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত।

Tags: COVID-19

Recent News

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

পুনেত চাঞ্চল্যকৰ ঘটনা! চাকৰি হেৰুৱাই ঋণৰ বোজাত জৰ্জৰিত আই টি কৰ্মীৰ ডকাইতিৰ চেষ্টা

ট্ৰাম্পৰ ভাবুকিৰ মাজতে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰীক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ

ট্ৰাম্পৰ ভাবুকিৰ মাজতে ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰীক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ

হৃদতন্ত্ৰৰ পৰা যৌন স্বাস্থ্যলৈকে : চকলেট খোৱাৰো আছে অনেক উপকাৰিতা

হৃদতন্ত্ৰৰ পৰা যৌন স্বাস্থ্যলৈকে : চকলেট খোৱাৰো আছে অনেক উপকাৰিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd