• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চ ৰক্তচাপ কেতিয়া ভয়ৰ কাৰণ? চিকিৎসকে জনাইছে নতুন “গোল্ডেন ৰুল’’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2024 7:46 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

7.2k
VIEWS
Share on FacebookShare on Twitter

ঠিক কিমান উচ্চ ৰক্তচাপ উঠিলে চিকিৎসকৰ ওচৰলৈ যাব? বা চিকিৎসকে কেতিয়া বুজিব যে আপুনি উচ্চ ৰক্তচাপত আক্ৰান্ত? এই তথ্য আগৰ তুলনাত বহু পৰিৱৰ্তন হৈছে। নতুন তথ্য অনুসৰি উচ্চ ৰক্তচাপৰ ভিত্তি ৰেখা (বেচলাইন)এতিয়া ১৪০/৯০।

শেহতীয়াকৈ ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজিয়ে এই সন্দৰ্ভত গোল্ডেন ৰুল প্ৰকাশ কৰিছে। কাৰণ হিচাপে কোৱা হৈছে মানুহৰ আয়ুস বৃদ্ধি হৈছে। বহু কঠিন ৰোগৰ ঔষধ ওলাইছে। পলমকৈ হ’লেও মানুহ সুস্থ হৈ উঠিছে।

এই তথ্যসমূহ ভালদৰে পৰীক্ষা কৰাৰ পিছত ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজিয়ে উচ্চ ৰক্তচাপৰ বাবে নতুন ভিত্তি ৰেখা প্ৰকাশ কৰে। অৱশ্যে ইউৰোপীয় ছ’চাইটি অৱ কাৰ্ডিঅ’লজিৰ নতুন গাইডলাইনে ভাৰতত কিছু বিতৰ্কৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ গা ধোৱাৰ সময়ত হয় বেছিভাগ হাৰ্ট এটেক! এইবোৰ কথা জানিলে ৰক্ষা কৰিব পাৰিব বহুতৰে জীৱন

প্ৰথম অৱস্থাত ইউৰোপিয়ান ছ’চাইটি অৱ কাৰ্ডিঅ’লজিয়ে ১২০/৮০ ৰক্তচাপৰ মানদণ্ড বুলি উল্লেখ কৰিছিল। অৰ্থাৎ সেই  উচ্চ ৰক্তচাপৰ পৰা ব্যক্তিজনৰ বিপদৰ আশংকা কম। চেৰিব্ৰেল ষ্ট্ৰোকত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম। যদিহে বংশগত সমস্যা নাথাকে।

 কিন্তু সেই দিনটো শেষ। ইয়াৰ পিছত ১৩০/৮০ হ’ল। সেই নিয়ম ইণ্ডিয়ান ছ’চাইটি অৱ কাৰ্ডিঅ’লজিয়েও মানি লৈছে। কিন্তু ইণ্ডিয়ান ছ’চাইটি অৱ কাৰ্ডিঅ’লজিয়ে ১৪০/৯০ৰ এই তথ্য মানি ল’বলৈ ইচ্ছুক নহয়।

এগৰাকী ভাৰতীয় হৃদৰোগ বিভাগৰ অধ্যাপকৰ মতে, “বয়সৰ লগত ৰক্তচাপৰ তাৰতম্য ঘটে। ৬০ বছৰৰ কম কিন্তু যদি ৰক্তচাপ ১৪০/৯০ হয় তেন্তে তেওঁক চিকিৎসাৰ প্ৰয়োজন। আন একো কৰাটো সম্ভৱ নহয়।

লগতে পঢ়কঃ মিছা কথা ক’লে শৰীৰৰ কোনটো অংশ গৰম হয়? জানিলে মিছলীয়াজনক সহজেই ধৰিব পাৰিব

আন এগৰাকী অধ্যাপকৰ মতে, “ৰক্তচাপৰ সৈতে জীয়াই থকা, যদি কোনো বংশগত সমস্যা থাকে, তেন্তে ৬০ বছৰৰ তলৰ লোকসকলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। ৩০ বছৰৰ তলৰ বহু লোকৰ ৰক্তচাপ ১৪০/৮০ বা ৯০। নিয়মীয়াকৈ ঔষধ খাব লগা হয়। আন ঠাইত যিকোনো দুৰ্ঘটনা হ’ব পাৰে। কিন্তু বয়স ৬০ বছৰতকৈও অধিক কিন্তু যদি ৰক্তচাপ ১৪০/৯০ হয় তেন্তে কোনো ভয় নাই।”

মুঠ কথাটো হ’ল সাৱধান হোৱা। চিকিৎসকে কয় যে ত্ৰিশ বছৰ বয়সৰ পিছত মাহত এবাৰ হ’লেও ৰক্তচাপ জুখিব লাগে। 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd