• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিছা কথা ক’লে শৰীৰৰ কোনটো অংশ গৰম হয়? জানিলে মিছলীয়াজনক সহজেই ধৰিব পাৰিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2024 1:08 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

13.3k
VIEWS
Share on FacebookShare on Twitter

মানুহৰ জীৱনত বহু বিষয় অতি গুৰুত্বপূৰ্ণ। য’ত ভাল আৰু বেয়া দুয়োটা স্বভাৱৰ সংমিশ্ৰণ ঘটিছে। আকৌ সামাজিক জীৱ হিচাপে কেতিয়াবা নিজৰ লাভৰ বাবে প্ৰকৃত কথাবোৰ বিকৃত কৰাও দেখা যায়। তাৰে এটা হ’ল মিছা কোৱাৰ প্ৰৱণতা।

দৈনন্দিন জীৱনত আমি বিভিন্ন কাৰণত কিমান যে সৰু-বৰ মিছা কথা শুনিব লগা হয়। কেতিয়াবা অৱশ্যে সেয়া ধৰা পৰি যায়! কিন্তু বেছিভাগ সময়তে মিছা কথা এটা ধৰা পেলোৱাটো সহজ নহয়।

কথা কওঁতে মানুহে যেতিয়াই তেতিয়াই মিছাৰ আশ্ৰয় লয়। আনহাতে বহুতেই মিছা কথাৰ দ্বাৰা প্ৰতাৰিত হৈ কিছু সময়ৰ বাবে চিন্তা কৰিবলৈ বাধ্য হয়—যদিহে মিছা কথাক সহজে পৃথক কৰিব পৰা কিবা এটা থাকিলহেঁতেন!

কিন্তু মিছা কথা ক’লে আমাৰ শৰীৰত পৰিৱৰ্তন হয় বুলি জানেনে? হয়, কেৱল সেই পৰিৱৰ্তনটো লক্ষ্য কৰিলেই আপুনি সন্মুখৰ ব্যক্তিজনৰ মিছা কথা সহজেই ধৰিব পাৰিব।

আচলতে মিছা কথাই আমাৰ শৰীৰৰ এটা অংশ গৰম কৰি তোলে। অধ্যয়নত দেখা গৈছে যে যেতিয়া কোনোবাই মিছা কথা কয় তেতিয়া তেওঁলোকে “পিনোকিঅ’ ইফেক্ট” অনুভৱ কৰে। যাৰ বাবে ব্যক্তিজনৰ নাকৰ চাৰিওফালে থকা অৰবিটৰ পেশী আৰু চকুৰ ভিতৰৰ কোণবোৰৰ উষ্ণতা বৃদ্ধি পায়।

বিজ্ঞানে কয় যে কঠিন মানসিক কাম কৰা লোকৰ মুখৰ উষ্ণতা কমি যায়। আনহাতে যিসকল লোকে অধিক উদ্বিগ্নতাত থাকে তেওঁলোকৰ মুখৰ উষ্ণতা অধিক হয়। গৱেষকসকলে মানুহৰ মুখৰ উষ্ণতা নিৰীক্ষণ কৰিবলৈ থাৰ্মোগ্ৰাফী ব্যৱহাৰ কৰে। সেই অনুসৰি আপুনি সঁচা নে মিছা কৈছে আপোনাৰ নাকে কৈ ক’ব পাৰে।

তদুপৰি, মিছা কথা কওঁতে চকুৰ পতা সঘনাই তললৈ নামি যায়। একে সময়তে  মিছা কথা কোৱাৰ সময়ত মানুহে অত্যধিক কথা কয় আৰু চকুৰ পিনে চোৱাৰ পৰা বিৰত থাকে। কেৱল এয়াই নহয়, কেতিয়াবা মিছলীয়াসকলেও মুখ আৰু নাক ঢাকি ৰাখে। সেয়ে এতিয়াৰ পৰা এই সকলোবোৰ বিষয় পৰ্যবেক্ষণ কৰিলে মিছলীয়াজনক সহজেই ধৰিব পাৰিব। 

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd