• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙালী বিহুৰ অনুষ্ঠান আয়োজনৰ নতুন SOP : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যৰ মন্দ অৰ্থনীতি টনকীয়াল কৰাৰ সলনি কোটি কোটি টকাৰ ধাৰ লৈ চৰকাৰে ৰাজ্যৰ বিহু কমিটি সমূহলৈ এইদৰে বৰঙণি আগবঢ়োৱাৰ কাৰণ কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 2:31 pm
240
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহুলৈ মাজত মাথোঁ এমাহ এপষেক বাকী। যোৱাবাৰৰ দৰে এইবাৰো ৰঙালী বিহুৰ অনুষ্ঠানক লৈ নতুন SOP লৈ সাংবাদিকৰ সমুখত উপস্থিত হিমন্ত বিশ্ব শৰ্মা। অসমীয়াই কেনেকৈ বিহুৰ আয়োজন কৰিব সেয়া নিৰ্ধাৰণ কৰি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু অনুষ্ঠান আয়োজনৰ সমিতিৰ বাবে এখন নতুন SOP ঘোষণা কৰিছে। এইবাৰ ৰাজ্যৰ বিহু অনুষ্ঠানৰ কমিটিয়ে কাৰোৰে পৰা দাবী কৰিব নোৱাৰিব চান্দা। কোনোবাই নিজ ইচ্ছাৰে দিলে বৰঙণি ল’ব পাৰিব কমিটি সমূহে। ইয়াৰ পৰিবৰ্তে প্ৰত্যেকখন বিহু সমিতিলৈ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াব ১.৫০ লাখ টকাকৈ সাহাৰ্য। অৱশ্যে মে মাহৰ ১৫ তাৰিখৰ পিছত বিহু অনুষ্ঠান পতা কমিটি সমূহে নাপাব এই চৰকাৰী বৰঙণি।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যৰ মন্দ অৰ্থনীতি টনকিয়াল কৰাৰ সলনি কোটি কোটি টকাৰ ধাৰ লৈ চৰকাৰে ৰাজ্যৰ বিহু কমিটি সমূহলৈ এইদৰে বৰঙণি আগবঢ়োৱাৰ কাৰণ কি? অসমীয়াই অতীজৰে পৰা স্বকীয় আৰু মুক্তভাবে অনুষ্ঠিত কৰি অহা হেঁপাহৰ বিহুটিত চৰকাৰী হস্তক্ষেপ কিয়? বাপটিসাহোন বিহুটি ৰাইজে কেনেদৰে পালন কৰিব সেয়াও কিয় নিৰ্ধাৰণ কৰি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে? ৰাজ্যৰ সচেতন মহলৰ মাজত এই সমূহ প্ৰশ্নই এতিয়া গা কৰি উঠিছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd