• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ আঁৰৰ খৱৰ: ৰাছিয়াৰ ১৭০ ৰাজনৈতিক নেতা আৰু প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা নিউজিলেণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2022 11:20 am
190
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন বিষয়কলৈ ৰাছিয়াৰ ১৭০গৰাকী ৰাজনৈতিক নেতা (ছিনেটৰ) আৰু ৬টা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে নিউজিলেণ্ডে। সোমবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে।

বাতৰি মতে ইউক্ৰেইনত সামৰিক অভিযান চলোৱাৰ বাবে ৰাছিয়াৰ শতাধিক ৰাজনীতিক তথা প্ৰতিষ্ঠানৰ ওপৰত এইদৰে নিউজিলেণ্ডে নিষেধাজ্ঞা আৰোপ কৰিছে। এই ব্যক্তিসকল আৰু প্ৰতিষ্ঠানকেইটাই ইউক্ৰেইনৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ কৰা হৈছে।

লগতে পঢ়ক: ‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কোনো জয়ী নহয়’- সন্তুলন ৰক্ষা কৰি জাৰ্মানীৰ বিপৰীত সুৰ মোদীৰ

নিউজিলেণ্ডৰ বৈদেশিক মন্ত্ৰী নানিয়া মাহুতাই ঘোষণা কৰিছে যে এতিয়ালৈকে ৪০০গৰাকী ৰাছিয়াৰ নেতা, ব্যৱসায়ী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে নিষেধাজ্ঞাৰ তালিকাত থকা ব্যক্তিসকলক নিউজিলেণ্ডত কামকাজ চলোৱাৰ পৰা নিষিদ্ধ কৰা হ’ব আৰু ইউক্ৰেইনত ৰাছিয়াৰ বেআইনী কাৰ্যকলাপৰ সৈতে জড়িতসকলক নিউজিলেণ্ডত আৰ্থিক বিনিয়োগ বা সমৰ্থনৰ ক্ষেত্ৰত বাধা দিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিউজিলেণ্ডে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

Recent News

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd