• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2025 2:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশৰ ভাৰসাম্য, বিশ্ব অৰ্থনীতিৰ প্ৰয়োজনীয়তা, আৰ্থ-সামাজিক উন্নয়ন এই সকলোবোৰৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আটাইতকৈ বেছি প্ৰয়োজনীয়। এই সহজ সত্যটো হয়তো এতিয়াও পৃথিৱীৰ বেছিভাগ মুছলমান ধৰ্মাৱলম্বীয় লোকে মানি লোৱা নাই। হয়তো সেইবাবেই বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্মীয় জনসংখ্যাৰ তালিকাত মুছলমানসকলে প্ৰথম স্থান লাভ কৰিব বুলি আশা কৰা হৈছে। যদিও তেওঁলোক তালিকাত দ্বিতীয় স্থানত আছে, তথাপিও সামগ্ৰিক জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টানসকলৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ পৰিৱৰ্তে পৃথিৱীত নাস্তিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। শেহতীয়াকৈ পিউ ৰিচাৰ্চে এনে এটা অধ্যয়ন চলাইছে।

পিউ ৰিচাৰ্চৰ তথ্য অনুসৰি ২০১০ চনৰ পৰা ২০২০ চনলৈ ১০ বছৰত ইছলাম ধৰ্মৰ বৃদ্ধি আন সকলো ধৰ্মতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ১০ বছৰত ইছলামৰ অনুগামীৰ সংখ্যা প্ৰায় ৩৪.৭ কোটি বৃদ্ধি পাইছে। মুঠৰ ওপৰত বিশ্বৰ মুছলমান জনসংখ্যা ১.৮ শতাংশ পইণ্ট বৃদ্ধি পাইছে। বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ ২৫.৬ শতাংশই মুছলমান। কিন্তু জনসংখ্যাৰ হিচাপত এতিয়াও খ্ৰীষ্টানসকল পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জনসংখ্যা। কিন্তু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত যীচু খ্ৰীষ্টৰ অনুগামীসকল ইছলামৰ বহু পিছ পৰি আছে। পিউ ৰিচাৰ্চৰ এক অধ্যয়নত কোৱা হৈছে যে যোৱা ১০ বছৰত পৃথিৱীত খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ১২.২ কোটি বৃদ্ধি পাইছে। বৰ্তমান খ্ৰীষ্টানৰ সংখ্যা কম বেছি পৰিমাণে ২.৩ বিলিয়ন। বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ ২৮.৮ শতাংশ খ্ৰীষ্টান।

Apply Now

মন কৰিবলগীয়া যে খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা ১.৮ শতাংশ পইণ্ট হ্ৰাস পাইছে। ইফালে লক্ষ্যণীয় ভাবে সমগ্ৰ বিশ্বতে নাস্তিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। তথ্য অনুসৰি মুছলমান আৰু খ্ৰীষ্টানৰ পিছতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বৃদ্ধি আটাইতকৈ দ্ৰুতগতিত হৈছে। পিউ ৰিচাৰ্চৰ তথ্য অনুসৰি ২০১০-২০ চনৰ ১০ বছৰত বিশ্বত নাস্তিকৰ সংখ্যা ২৭ কোটি বৃদ্ধি পাইছে! বৰ্তমান বিশ্বত নাস্তিকৰ সংখ্যা ১.৯ বিলিয়ন। মুঠ জনসংখ্যাৰ ২৪.২ শতাংশই নাস্তিক। অধ্যয়নটোত কোৱা হৈছে যে মূলতঃ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে নিজৰ ধৰ্মীয় বিশ্বাস এৰি ‘নাস্তিক’ হ’বলৈ বাছি লৈছে। এই কাৰণেই খ্ৰীষ্টান জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ নাস্তিক আৰু মুছলমানৰ বৃদ্ধিৰ হাৰ বহু বেছি। পৰম্পৰাগত হিন্দু ধৰ্ম আজিও বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম আৰু চতুৰ্থ বৃহত্তম ধৰ্মীয় জনসংখ্যা। ২০১০ চনৰ পৰা ২০২০ চনলৈ ১০ বছৰত হিন্দুৰ সংখ্যা ১২.৬ কোটি বৃদ্ধি পাইছে।বৰ্তমান বিশ্বত হিন্দু জনসংখ্যা প্ৰায় ১২০ কোটি। বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯ শতাংশ হিন্দু। ২০১০ চনত ১৫ শতাংশ আছিল। অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধিৰ সমান হাৰত হিন্দুৰ সংখ্যাও বৃদ্ধি পাইছে। অধ্যয়নটোত দাবী কৰা হৈছে যে হিন্দুসকলৰ মাজত ধৰ্মান্তৰকৰণৰ ধাৰা যথেষ্ট হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd