• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

ইজৰাইলৰ বিধায়িনী দল নেচেটৰ মুঠ আসনৰ সংখ্যা ১২০খন।চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসন, যিটো কোনো এটা দলেই এককভাৱে লাভ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2026 11:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বী তথা বিৰোধী নেতা গাডি আইজেনকটক ইজৰাইলত চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে।

তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি চৰকাৰ গঠন কৰিবলৈ হাতত ২৮ দিনৰ সময় আছে। প্ৰয়োজন হ’লে তেওঁক আৰু ১৪ দিনৰ সময় দিয়া হ’ব পাৰে। এই সময়ছোৱাৰ ভিতৰত যদি তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে ৰাষ্ট্ৰপতিয়ে আন এজন প্ৰাৰ্থীক নিমন্ত্ৰণ কৰিব। ফলত সংসদীয় নিৰ্বাচনত ভোট গণনাৰ পিছত ইজৰাইলত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ এতিয়াও অন্ত পৰা নাই।

ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ লাভ কৰি আইজেনকটে ছ’চিয়েল মিডিয়াত মুখ খুলিছে। চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁ আশাবাদী। তেওঁ লিখিছে, “এতিয়া এখন ৰাষ্ট্ৰীয় জৰুৰীকালীন চৰকাৰ গঠন কৰাৰ সময়। আমি ইয়াৰ যোগ্য হ’ম আৰু সেইটো নিশ্চিত কৰিবলৈ মই মোৰ সামৰ্থ্য অনুসৰি সকলো কৰিম।”

Apply Now

ইজৰাইলৰ বিধায়িনী দল নেচেটৰ মুঠ আসনৰ সংখ্যা ১২০খন।চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬১খন আসন, যিটো কোনো এটা দলেই এককভাৱে লাভ কৰা নাই। নেতানিয়াহুৰ লিকুড পাৰ্টিৰ নেতৃত্বত শাসকীয় মিত্ৰজোঁটে ৫৩খন আসন আৰু প্ৰাক্তন সেনা প্ৰধান আইজেনকোটৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে ৪৮খন আসন লাভ কৰে। আৰব দলসমূহে ১৯খন আসনত জয়লাভ কৰে।

পৰিস্থিতি এনেকুৱা যে আৰব দলৰ সমৰ্থন অবিহনে চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়। কিন্তু আইজেনকটে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ আৰব দলৰ সৈতে হাত নিমিলায়। ফলত জটিলতা বাঢ়িছে।

অৱশ্যে আৰব নেতাসকলে কৈছে যে তেওঁলোকে প্ৰথমে আইজেনকটক চৰকাৰ গঠনৰ সুযোগ দিব। সেয়ে তেওঁৰ নেতৃত্বত গঠিত মিত্ৰজোঁটক সমৰ্থন কৰিছে। নেতানিয়াহু আৰু তেওঁৰ নেতৃত্বত থকা কঠোৰ সোঁপন্থী দলসমূহৰ ওপৰত আৰব নেতাসকল ক্ষুব্ধ হৈ পৰিছে। আৰব দলৰ সমৰ্থনৰ বাবেই ৰাষ্ট্ৰপতিগৰাকীয়ে আইজেনকটক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে।

ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণৰ পিছত বিশেষজ্ঞসকলৰ মতে এতিয়া আইজেনকটৰ হাতত তিনিটা বিকল্প আছে। এটা, আৰব দলৰ সৈতে হাত মিলাই সংখ্যালঘু চৰকাৰ গঠন কৰা, য’ত গুৰুত্বপূৰ্ণ বিষয়ত আৰব দলৰ ভোট নিৰ্ণায়ক হ’ব। দুই, অতি ৰক্ষণশীল দলৰ সৈতে হাত মিলাই মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা। এই ক্ষেত্ৰত আইজেনকটে পূৰ্বতে এৰাই চলা কিছুমান দলৰ আশ্ৰয় ল’ব লাগিব। তিনি, আইজেনকোটে নিজৰ মূল প্ৰতিদ্বন্দ্বী নেতানিয়াহুৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিব পাৰে।

এই তিনিটা সম্ভাৱনাক মনত ৰাখি অহা ২৮ দিনলৈ ইজৰাইলৰ ৰাজনীতিত দৰদাম অব্যাহত থাকিব। প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতিয়ে আইজেনকটক আৰু ১৪ দিনৰ সময় দিব। সেই সময়ৰ ভিতৰত যদি তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে আন এজন প্ৰাৰ্থীক আমন্ত্ৰণ কৰা হ’ব। যদি তেওঁও ব্যৰ্থ হয় তেন্তে চৰকাৰ গঠনৰ বাবে তৃতীয় ব্যক্তিক মাতিব। এই প্ৰক্ৰিয়া ১০০ দিনলৈকে চলিব পাৰে। সেই সময়ৰ ভিতৰত যদি কোনো সমাধান নাথাকে তেন্তে নতুন নিৰ্বাচন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

November 8, 2026 11:51 am
পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

November 8, 2026 10:39 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 8, 2026 9:36 am
বিমান হাইজেক কৰাৰ ভাবুকি! মাজ আকাশৰ পৰা বেংগালুৰু বিমানবন্দৰলৈ উভতিল ইণ্ডিগ’ৰ বিমান

বিমান হাইজেক কৰাৰ ভাবুকি! মাজ আকাশৰ পৰা বেংগালুৰু বিমানবন্দৰলৈ উভতিল ইণ্ডিগ’ৰ বিমান

November 8, 2026 9:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

November 8, 2026 11:51 am
পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

November 8, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd