• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি ১০০ বছৰত ভৰি দিলে ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে! বিজেপিৰ বিশেষ আয়োজন

লাল কৃষ্ণ আদৱানীয়ে পেছাগতভাৱে এজন অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। পিছলৈ তেওঁ ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৪১ চনত তেওঁ আৰ এছ এছত যোগদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2026 12:44 pm
বিজেপিৰ 'পিতামহ'    লাল কৃষ্ণ আদৱানীয়ে আজি ১০০ বছৰত ভৰি দিলে। ফটোঃ সংগ্ৰহীত।

বিজেপিৰ 'পিতামহ' লাল কৃষ্ণ আদৱানীয়ে আজি ১০০ বছৰত ভৰি দিলে। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯২৭ চনৰ ৮ নৱেম্বৰত তেতিয়াৰ অবিভক্ত ভাৰতত লাল কৃষ্ণ আদৱানীৰ জন্ম হৈছিল। ভাৰতীয় ৰাজনীতিৰ এই বিশিষ্ট ব্যক্তিজনৰ জন্ম হৈছিল তেতিয়াৰ পাকিস্তানৰ কৰাচীৰ এটা সিন্ধী হিন্দু লোহানা পৰিয়ালত। ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে আজি ১০০ বছৰত ভৰি দিলে।

দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী আদৱানীৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোডীৰ লগতে কেইবাজনো নেতাই শুভেচ্ছা জ্ঞাপন কৰিছে। আজিৰ দিনটোতে আদৱানীৰ বাবে বিজেপিৰ উদ্যোগত বিশেষ পূজাৰ আয়োজন কৰা হৈছে।

লাল কৃষ্ণ আদৱানীয়ে ৯৯ বছৰ সম্পূৰ্ণ কৰিলে। আদৱানীৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া টুডেত আদৱানীৰ বিষয়ে বিভিন্ন স্মৃতি স্মৰণ কৰিছে। তেওঁ শুভেচ্ছা বাৰ্তাত লিখিছে, ‘৮ নৱেম্বৰ এটা ল্যাণ্ডমাৰ্ক দিন। সন্মানীয় লাল কৃষ্ণ আদৱানী জীয়ে ১০০ বছৰত ভৰি দিলে।এই বিশেষ দিনটোত মোৰ শুভেচ্ছা থাকিল।’ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰবন্ধত লাল কৃষ্ণ আদৱানীৰ ৰাজনৈতিক যাত্ৰাৰ লগতে সংস্কৃতি আৰু চিনেমাৰ প্ৰতি থকা অনুৰাগৰ বিষয়েও লিখিছে।

Apply Now

প্ৰতিৰক্ষা মন্ত্ৰীয়ে লাল কৃষ্ণ আদৱানী সম্পৰ্কত লিখিছে, ‘লাল কৃষ্ণ আদৱানীয়ে নেতৃত্বৰ এক নতুন মানদণ্ড সৃষ্টি কৰিছে’। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ পোষ্টত বিজেপি প্ৰতিষ্ঠাত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে। ৰাজনাথ সিঙে তেওঁৰ অভিনন্দন পোষ্টত আদৱানীৰ দীৰ্ঘায়ু কামনা কৰে। প্ৰহ্লাদ যোশীকে ধৰি বহু নেতাই লাল কৃষ্ণ আদৱানীক শুভেচ্ছা জনায়।

ইপিনে, লাল কৃষ্ণ আদৱানীৰ জন্মদিন উপলক্ষে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশেষ আয়োজন কৰা হৈছে। তাত পূজা আৰু হোম যজ্ঞৰ আয়োজন কৰা হৈছে। আদৱানীৰ কন্যা প্ৰতিভা আদৱানী তাত উপস্থিত থকাৰ সম্ভাৱনা আছে। তেওঁৰ ৰাজনৈতিক যাত্ৰাত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নেতাসকলে। আদৱানীক লৈ এখন তথ্যচিত্ৰও দেখুওৱা হ’ব।

উল্লেখযোগ্য যে কৰাচীত ডাঙৰ-দীঘল হোৱা লাল কৃষ্ণ আদৱানীয়ে কৰাচীৰ ছেইণ্ট পেট্ৰিক স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। আদৱানীয়ে পাকিস্তানৰ সিন্ধৰ হায়দৰাবাদৰ ডি জি নেচনেল কলেজত পঢ়া-শুনা সমাপ্ত কৰে। তাৰ পিছত বিভাজনৰ সময়ত মুম্বাইলৈ গুচি আহে।

লাল কৃষ্ণ আদৱানীয়ে পেছাগতভাৱে এজন অধিবক্তা হিচাপে  নিজকে প্ৰতিষ্ঠা কৰিছিল। পিছলৈ তেওঁ ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৪১ চনত তেওঁ আৰ এছ এছত যোগদান কৰে। তাৰ পাছত শ্যামপ্ৰসাদ মুখাৰ্জীৰ মতাদৰ্শত দীক্ষা লোৱাৰ পিছত আদৱানীয়ে ভাৰতীয় জনসংঘত যোগদান কৰে।

ইয়াৰ পাছত অটল বিহাৰী বাজপেয়ীৰ সৈতে হাতে হাত ধৰি আদৱানীয়ে বিজেপি প্ৰতিষ্ঠা হোৱাৰ মুহূৰ্তৰ পৰাই দলটোক আগুৱাই লৈ যায়। পৰৱৰ্তী সময়ত লাল কৃষ্ণ আদৱানীয়ে কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশৰ উপ-প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ১০০ বছৰত ভৰি দিলে ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে! বিজেপিৰ বিশেষ আয়োজন

আজি ১০০ বছৰত ভৰি দিলে ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে! বিজেপিৰ বিশেষ আয়োজন

November 8, 2026 12:44 pm
চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

November 8, 2026 11:51 am
পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

পিতৃৰ গেৰেজৰ পৰা ৯,২০৪ কোটিৰ সাম্ৰাজ্য! জানি লওক ‘ৰামায়ণ’ৰ প্ৰযোজকৰ সম্পত্তিৰ পৰিমান

November 8, 2026 10:39 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 8, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ১০০ বছৰত ভৰি দিলে ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে! বিজেপিৰ বিশেষ আয়োজন

আজি ১০০ বছৰত ভৰি দিলে ‘ভাৰত ৰত্ন’ লাল কৃষ্ণ আদৱানীয়ে! বিজেপিৰ বিশেষ আয়োজন

November 8, 2026 12:44 pm
চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

চৰকাৰ গঠনৰ বাবে নেতানিয়াহুৰ মূল প্ৰতিদ্বন্দ্বীক আমন্ত্ৰণ ৰাষ্ট্ৰপতিৰ; হাতত ২৮ দিন আৰু ৩টা বিকল্প!

November 8, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd