• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংসদক, তীব্ৰ উত্তেজনা অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2020 7:25 am
a images
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী সাংসদৰ হত্যাকলৈ এতিয়া জ্বলি উঠিছে হিংসাৰ দাবানল।

শাসকীয় দলৰ এজন সাংসদক দুৰ্বৃত্তই ঘৰতে গুলীয়াই হত্যা কৰাৰ পিছতে ম্যানমাৰৰ বিভিন্ন প্ৰান্তত হিংসা বিয়পি পৰিছে।

ফলত দেশ খনৰ বহু ঠাইত কাৰ্ফিউ ঘোষণা কৰিবলৈ বাধ্য হৈছে চৰকাৰ।ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত শান প্ৰদেশৰ কিউকম নামৰ চহৰ খনত নেছনেল লীগ ফ’ৰ ডেম’ক্ৰেচি দলৰ সদ্য নিৰ্বাচিত সাংসদ হিতকে ঝাওক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে দেশ খনত উত্তেজনা বিয়পি পৰিছে।

জানিব পৰা মতে হিতকে ঝাও নামৰ সাংসদ গৰাকীয়ে কিউকম চহৰত থকা নিজৰ বাস ভৱনৰ সন্মুখত বহি থকাৰ সময়তে দুৰ্বত্তৰ দলে তেওঁৰ ঘৰত প্ৰৱেশ কৰে আৰু নিচেই কাষৰে পৰা সাংসদ গৰাকীক গুলীয়ায়।

এই আক্ৰেমণৰ পিছতে মাটিত ঢলি পৰা সাংসদ গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

শাসকীয় দলৰ সাংসদ গৰাকীক হত্যা কৰাৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ পিছতে দেশ খনৰ বিভিন্ন প্ৰান্ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি আহিছে।

ৰাজনৈতিক শত্ৰুতাৰ বাবেই নৱ নিৰ্বচিত সাংসদ হিতকে ঝাওক হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ ম্যানমাৰত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত আং চান ছ্যু কীৰ লীগ ফ’ৰ ডেম’ক্ৰেচি দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ সুবিধা পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am
অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am
ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ

September 11, 2025 8:31 am
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…

September 11, 2025 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা

September 11, 2025 10:42 am
অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মাল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ

September 11, 2025 9:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd