NEWS18 ৰ তেজপুৰৰ ভিডিঅ’ সাংবাদিকৰ দুৰ্ঘটনাত মৃত্যু

দুৰ্ঘটনাত নিহত News 18 ৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়া।

কালি পুৱা কলিয়াবৰত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি ল’লে NEWS 18 ৰ ভিডিঅ’ সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াই। বাইকত গৈ থকা অৱস্থাত অপূৰ্বক পিছফালৰ পৰা টেংকাৰে মহটিয়াইছিল। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতে মৃত্যুক সাৱটি লয় অপূৰ্বই। তেওঁৰ এই অকাল বিয়োগত এন ই নাও পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।