• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰকে ধৰি ৫ ৰাজ্যৰ ১২খন অখ্যাত বাতৰি কাকতত বিজ্ঞাপন দান এন এফ ৰে’লৱে’ৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 12, 2019 9:57 pm
NF Railway issues advertisements to 12 irrelevant newspapers in Bihar and 4 other states

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন এফ ৰে’লৱে’ই বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু পশ্চিম বংগৰ ১২খন অখ্যাত আৰু লুপ্ত বাতৰি কাকতত বিজ্ঞাপন জাৰি কৰাটো চি বি আই-এ ধৰা পেলাইছে।

এক প্ৰতিবেদনৰ ভিত্তিত, চি বি আই-এ এটা নিজাববীয়া গোচৰ (০৬/২০১৯) পঞ্জীয়ন কৰিছে আৰু কেলেংকাৰিটো সন্দৰ্ভত এন এফ ৰে’লৱে’ৰ মুখ্যালয়কে ধৰি গুৱাহাটীৰ ১৪টা স্থানত বৃহস্পতিবাৰে তালাচী চলাইছে।

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে ১৫৮ কোটি টকা ৰাজহুৱা ধন সৰকোৱাত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ ছগৰাকী বিষয়া জৰিত আছে।

প্ৰাৰম্ভিক তদন্তত প্ৰকাশ, সঠিক অনুমোদন নোহোৱাকৈয়ে এন এফ ৰে’লৱে’ বিষয়াকেইগৰাকীয়ে বিজ্ঞাপন জাৰি কৰা সেই ১২খন অখ্যাত আৰু বিলুপ্ত বাতৰি কাকত হৈছে:

বিহাৰ হাজিপুৰৰ কন হাৰা (হিন্দী)

বিহাৰ মুজাফৰপুৰৰ গৰম হাৱা (হিন্দী)

মধ্য প্ৰদেশ গোৱালিয়ৰৰ অমৃত ইণ্ডিয়া (হিন্দী)

উত্তৰ প্ৰদেশ দেৱৰিয়াৰ হমাৰা মঞ্জিল (উৰ্দু)

পাটনাৰ আৱাজ-এ-বিহাৰ (উৰ্দু)

পাটনাৰ তাচিৰ (উৰ্দু)

পাটনাৰ আৰ্থিক ধাৰা (হিন্দী)

উত্তৰ প্ৰদেশ বস্তিৰ সদ্ভাৱনা কা প্ৰতীক (হিন্দী)

বিহাৰ হাজিপুৰৰ অনুগামিনী (হিন্দী)

বিহাৰ সমষ্টিপুৰৰ আপ তক (হিন্দী)

হাৰিয়ানা কাৰ্নালৰ জ্যোতি দৰ্পন (হিন্দী)

ক’লকাতাৰ ক’লকাতা তেন্দাৰ এণ্ড অক্সন নিউজ (সাপ্তাহিক)

গুৱাহাটীৰ পৰা প্ৰকাশিত আমি অসমৰ জনগণ নামৰ অসমীয়া দৈনিকখনতো জ্যেষ্ঠ বিষয়াৰ অনুমোদন অবিহনেই বিজ্ঞাপন জাৰি কৰাৰ বাবে এন এফ ৰে’লৱে’ বিষয়াসকল প্ৰশ্নৰ সন্মুখীন হৈছে।

লগতে পঢ়ক– গুৱাহাটীৰ ১৪টা স্থানত চলিছে চি বি আইৰ সমান্তৰাল অভিযান

চি বি আই-এ পোৱা মতে, মহা প্ৰবন্ধক (নিৰ্মাণ)ৰ অনুমোদন অবিহনেই অখ্যাত বাতৰিকাকতকেইখনত এন এফ ৰে’লৱে’ৰ বিষয়াকেইগৰাকীয়ে বিজ্ঞাপন জাৰি কৰিছিল।

বাতৰি কাকতত বিজ্ঞাপনৰ বাবদ ২০১৪-১৫ বৰ্ষত এন এফ ৰে’লৱে’ (নিৰ্মাণ)এ ৩২.২১ কোটি টকা খৰচ কৰিছিল। ২০১৫-১৬ বৰ্ষত বিজ্ঞাপন প্ৰকাশৰ বাবে ৩৯.৭ কোটি টকাতকৈয়ো অধিক ব্যয় কৰা হৈছে।

২০১৬-১৭ বৰ্ষত এন এফ ৰে’লৱে’ (নিৰ্মাণ)ৰ বিজ্ঞাপন বাজেট আছিল ২৩.২২ কোটি টকা, আৰু ২০১৭-১৮ত খৰচ কৰা হৈছিল ৬২.৪১ কোটি টকা।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চাকাংক্ষী মিছন ২০২০ৰ অধীনত উত্তৰ-পূববাসীয়ে উন্নত যোগাযোগৰ আশা পালি থকাৰ সময়তে এন এফ ৰে’লৱে’ৰ বিষয়াৰ এই বৃহৎ পৰিমাণৰ ধন হৰলুকিয়ে এই সপোন ভাঙি চূৰমাৰ কৰাটো নিশ্চিত।

নৰেন্দ্ৰ মোদীৰ মিছন ২০২০ৰ অধীনত উত্তৰ-পূবৰ আঠ ৰাজ্যত যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ দায়িত্ব এন এফ ৰে’লৱে’ক দিয়া হৈছে।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd