• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ; নিহত ৯ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 7:24 am
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

173
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ কেন্টাকিত প্ৰশিক্ষণৰ সময়ত দেশৰ সেনাৰ দুখন হেলিকপ্টাৰৰ মাজত মুখামুখি সংঘৰ্ষত কমেও ৯ জন লোকৰ মৃত্যু হয়। বুধবাৰে নিশা প্ৰায় ৯ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি নিশ্চিত কৰিছে সামৰিক বাহিনীৰ স্থানীয় ইউনিটে।

বাতৰি অনুসৰি, নিয়মীয়া সামৰিক প্ৰশিক্ষণৰ সময়ত হেলিকপ্টাৰ দুখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কোৱা হৈছে।

লগতে পঢ়ক: ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ড: নিজ গৃহত অগ্নিসংযোগ স্বামীৰ, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ

হেলিকপ্টাৰ দুখন সংঘৰ্ষ হোৱা ঘাটিটো নেচভিলৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ উত্তৰ-পূবে কেন্টাকিৰ ট্ৰিগ কাউন্টিত। এই ঘাটিটোত ১০১ নং এয়াৰবৰ্ণ ৰেজিমেণ্ট আৰু ১৬০ নং স্পেচিয়েল অপাৰেচন এভিয়েশন ৰেজিমেণ্টৰ জোৱান থাকে।

যোৱা বছৰৰ জুলাই মাহত ৫০ লাখ ডলাৰ ব্যয় সাপেক্ষে এই হেলিকপ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰা হৈছিল।

প্ৰদেশখনৰ গৱৰ্ণৰ এণ্ডি বেছিয়ে কয় যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ প্ৰাথমিক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু কেইবাজনো লোক হতাহতৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক: অশনি সংকেত! চীনৰ সতৰ্কবাণীৰ মাজতে নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি

ফ’ৰ্ট কেম্পবেলৰ এগৰাকী মুখপাত্ৰই কয় যে দুখন এইচ এইচ ৬০ ব্লেকহ’ক হেলিকপ্টাৰ “এক নিয়মীয়া প্ৰশিক্ষণ অভিযানত” দুৰ্ঘটনাগ্ৰস্ত হয়। ক্ৰু মেম্বাৰসকলৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই।”

Recent News

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড প্ৰদানত কোনো কাৰণতেই ক্ষমা নকৰে বুলি দাবী য়েমেনৰ ভুক্তভোগী পৰিয়ালৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

লাছ ভেগাছত অনুষ্ঠিত ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেমত প্ৰতিযোগিতাত মেগনাছ কাৰ্লচেনক পৰাস্ত প্ৰজ্ঞানন্দৰ

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

কৃষ্ণাইৰ পাইকানত ভয়ংকৰ ঘটনা! আৰক্ষীক গুলীত নিহত এজন উচ্ছেদিত লোক

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd