• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশনি সংকেত! চীনৰ সতৰ্কবাণীৰ মাজতে নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2023 1:19 pm
নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। ফটো: সংগ্ৰিহীত।

নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। ফটো: সংগ্ৰিহীত।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ সতৰ্কবাণীৰ মাজতে বুধবাৰে নিউয়ৰ্কত উপস্থিত হয় টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। মধ্য আমেৰিকালৈ যোৱাৰ পথত ছাই নিউয়ৰ্কত ৰয়। নিউয়ৰ্কত বিৰতিৰ লে তেওঁ টাইপেইৰ কূটনৈতিক মিত্ৰ গুৱেটামালা আৰু বেলিজলৈ যাত্ৰা কৰিব। সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি ছাইয়ে দুয়োখন দেশৰ নেতাৰ সৈতে বৈঠকত মিলিত হ’ব।

উভতি অহাৰ পথত আমেৰিকাৰ কেলিফৰ্ণিয়াত বিৰতি ল’ব ছাই। তাত তেওঁ আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ কেভিন মেককাৰ্থীৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।

ছাইয়ে যদি মেককাৰ্থীৰ সৈতে সাক্ষাৎ কৰে তেন্তে চীনে পদক্ষেপ গ্ৰহণৰ কথা সকীয়াই দিছে। কালি বেইজিঙে সকীয়াই দিছিল যে চীনে ছাই আৰু মেককাৰ্থীৰ যিকোনো বৈঠকৰ তীব্ৰ বিৰোধিতা কৰে।

Apply Now
নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। ফটো: সংগ্ৰিহীত।

ইপিনে, বেইজিঙৰ পৰা অহা এনে ভাবুকিৰ প্ৰতি সঁহাৰি জনাই চীনক অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবলৈ সকীয়াই দিছে আমেৰিকাই।

চীনে দাবী কৰিছে যে টাইৱান ইয়াৰ ভূখণ্ডৰ অবিচ্ছেদ্য অংগ। তেওঁলোকে এদিন বেইজিঙৰ ‘এক চীন’ নীতিৰ অধীনত অঞ্চলটোক একত্ৰিত কৰিব। চীনৰ নীতি অনুসৰি কোনো দেশেই বেইজিং আৰু টাইপেইৰ সৈতে একে সময়তে আনুষ্ঠানিক সম্পৰ্ক বজাই ৰাখিব নোৱাৰে।

কালি নিউয়ৰ্কত উপস্থিত হোৱাৰ পিছত ছাইক হোটেললৈ যোৱা দেখা গৈছে। তাত চীনৰ পতাকা লৈ কেইবাজনো বেইজিং সমৰ্থক প্ৰতিবাদকাৰী সমবেত হয়। ওচৰতে টাইৱান সমৰ্থক সকলে বেনাৰ লৈ আছিল।

টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। ফটো: সংগ্ৰিহীত।

ৱাশ্বিংটনত থকা চীনৰ দূতাবাসৰ চাৰ্জ ডি এফেয়াৰ্ছ জু জুইয়ানে কয় যে তেওঁ ছাইৰ ভ্ৰমণ সন্দৰ্ভত কেইবাবাৰো আমেৰিকাৰ বিষয়াৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল। ছাইৰ এই ভ্ৰমণে চীনৰ মৌলিক স্বাৰ্থ ভংগ কৰিব বুলি তেওঁলোকক সকীয়াই দিয়ে।

চীন দূতাবাসৰ চাৰ্জ অৱ এফেয়াৰ্ছে কয় যে ‘আমি আমেৰিকাৰ পক্ষক আহ্বান জনাইছো যে টাইৱান বিষয়ত জুইৰ সৈতে খেলাৰ পুনৰাবৃত্তি নকৰিব’।

আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ মেককাৰ্থীয়ে কয় যে তেওঁ ছাইক তেওঁৰ গৃহ ৰাজ্য কেলিফৰ্ণিয়াত সাক্ষাৎ কৰিব। অৱশ্যে টাইৱান কৰ্তৃপক্ষই দুয়োৰে মাজত হোৱা আলোচনা এতিয়াও নিশ্চিত কৰা নাই।

নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং-ৱেন। ফটো: সংগ্ৰিহীত।

যোৱা বছৰ আমেৰিকাৰ প্ৰতিনিধি সদনৰ তেতিয়াৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিছিল। সেই সময়ত চীনে তেওঁৰ এই ভ্ৰমণক লৈ ক্ষুব্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। নেন্সি পেলোছিৰ সেই ভ্ৰমণৰ প্ৰতিক্ৰিয়া দেখুৱাই চীনে টাইৱানৰ আশে-পাশে বৃহৎ সামৰিক অনুশীলন চলাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd