• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশীৰ চাট বিক্ৰেতাৰ হাতৰ সোৱাদত মন্ত্ৰমুগ্ধ নীতাই পুত্ৰৰ বিয়ালৈ মাতিলে দোকানীক; কিনিলে কোটিটকাৰ বেনাৰসী শাড়ীও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 1:29 pm
681
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্সৰ স্বতাধিকাৰী মুকেশ আম্বানীৰ আৰু নীতা আম্বানীৰ সৰু পুত্ৰৰ বিবাহৰ বাবে উশাহ ল’বলৈ সময় নাই। শেহতীয়াকৈ কাশীস্থিত বিশ্বনাথ মন্দিৰলৈ গৈ বিয়াৰ কাৰ্ড লৈ ভোলেবাবাক নিমন্ত্ৰণ জনাইছিল। মন্দিৰলৈ যোৱাৰ পথত আছে বাৰাণসীৰ আটাইতকৈ পুৰণি চাটৰ দোকান কাশী চাট ভাণ্ডাৰ। মন্দিৰৰ পৰা উভতি আহোঁতে চাহৰ দোকান এখন দেখি নীতা আম্বানী তাতেই ৰৈ গ’ল।আৰু তেওঁ চাট উপভোগ কৰে৷

কাহিনী ইয়াতেই শেষ নহয়। নীতা আম্বানীয়ে চাট খাই ইমানেই ভাল পাইছিল যে তেওঁৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ দিনা মুম্বাইত অতিথিক আপ্যায়নৰ বাবে চাটৰ ব্যৱস্থা কৰিবলৈ বিক্ৰেতাক প্ৰস্তাৱ আগবঢ়াইছিল।

বেনাৰস মানে বেনাৰসী শাৰীৰ জন্মস্থান। সেয়েহে নীতা আম্বানীয়েও তাৰ পৰাই বেনাৰসী শাড়ী কিনিলে। সূত্ৰ অনুসৰি নীতা আম্বানীয়ে পুত্ৰৰ বিয়াৰ বাবে প্ৰায় ৫০-৬০ বানাৰসী ক্ৰয় কৰি নিজৰ ডিজাইন অনুসৰি বনাবলৈ অৰ্ডাৰ দিছে। প্ৰতিখন শাৰীৰ দাম প্ৰায় ৬ লাখ টকা।

বিশ্বনাথ নগৰ বেনাৰসৰ বিভিন্ন সামগ্ৰীৰে ভৰি আছে। বেনাৰসী শাড়ীৰ বাহিৰেও বেনাৰসী চাট, বেনাৰসী পান আৰু ৰবৰী অতি বিখ্যাত। চাটৰ দোকানসমূহৰ ভিতৰত পৰম্পৰাগত কাশী চাট ভাণ্ডাৰ। মন্দিৰলৈ যোৱা বাটত থকা এই সৰু দোকানখন দিনটোৰ ভিতৰতে গ্ৰাহকৰ ভিৰ। এই দোকানত বিভিন্ন ধৰণৰ চাট পোৱা যায়। তাৰ ভিতৰত বিখ্যাত কেইটা হ’ল পালক পাট্টা চাত, টমেটো চাট, আলু টিকি চাট। ষ্ট’ৰৰ সূত্ৰ অনুসৰি নীতা আম্বানীয়ে বিলাহীৰ উপৰিও পালক পাট্টা চাট, ফালুদা আৰু ৰাগদা পেটিৰ সোৱাদ লৈছিল৷

Recent News

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd