• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাবাহাৰ ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়াৰ বাতৰি অস্বীকাৰ ইৰানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 5:04 pm
Chabahar
5.5k
VIEWS
Share on FacebookShare on Twitter

ইৰানৰ চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়া বুলি শেহতীয়াকৈ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছতেই সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আনকি বিৰোধীয়েও বিষয়টোক লৈ চৰ্চা আৰম্ভ কৰিছিল।এনে সময়তে ইৰানে চাবাহাৰ ৰে’ল প্ৰকল্পৰ পৰা ভাৰতক বাদ দিয়াৰ বাতৰি অস্বীকাৰ কৰিছে।

ইৰান চৰকাৰৰ বন্দৰ দপ্তৰৰ শীৰ্ষ বিষয়া ফাৰহাদ মন্তাছে এই প্ৰসংগত মন্তব্য কৰি কৈছে যে চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ ক্ষেত্ৰত ভাৰতৰ সৈতে কোনো চুক্তিয়েই স্বাক্ষৰ হোৱা নাছিল।

এই ক্ষেত্ৰত প্ৰকল্পটোৰ পৰা ভাৰতক বাদ দিয়াৰ প্ৰসংগ ক’ৰ পৰা উদ্ভৱ হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে।

তেওঁ লগতে উল্লেখ কৰে যে চাবাহাৰ প্ৰকল্পৰ উন্নয়নৰ বাবেহে ভাৰতৰ সৈতে ইৰানে দুখন চুক্তি কৰিছিল।

ইয়াৰে এখন চুক্তি অনুসৰি ভাৰতে চাবাহাৰ প্ৰকল্পৰ কাৰিকৰী দিশৰ উন্নয়নৰ বাবে ১৫০ নিযুত মাৰ্কিন ডলাৰ ব্যয় কৰাৰ কথা।

সেই চুক্তি এতিয়াও ভাৰতৰ সৈতে বাহাল থকা বুলি তেওঁ কয়।

কথা ওলাইছিল যে চীনৰ হেঁচাতে ইৰানে ভাৰতৰ সৈতে থকা চাবাহাৰ-জাহেদান ৰে’ল প্ৰকল্পৰ চুক্তিৰ পৰা ভাৰতক বাদ দিছিল।

Recent News

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

এটা সুস্থ জীৱন কামনা কৰে যদি এৰক ৰক্তচাপ বৃদ্ধি কৰা এই ৩ বিধ খাদ্য

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

২ লাখ টকাৰ নন-ৰিফাণ্ডেবল ট্ৰেভেল বুকিংৰ পিছতো ChatGPT-ৰ সহায়ত লাভ কৰিলে ৰিফাণ্ড! সামাজিক মাধ্যমত দাবী এগৰাকী ব্যৱহাৰকাৰীৰ

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নৰখাদকৰ সন্দেহত গোলাঘাটত ছাল বখলিয়াই, দাঁত উলিয়াই, ঠেং কাটি নৃশংসভাৱে হত্যা ঢেকীয়াপতীয়া!

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd