• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিনামূলীয়া হৈ নাথাকিব কোভিডৰ বুষ্টাৰ ভেকচিন, চৰকাৰে কৰি দিলে মূল্য নিৰ্ধাৰণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 8, 2022 8:00 pm
248
VIEWS
Share on FacebookShare on Twitter

দেশৰ কোটি কোটি লোকে ইতিমধ্যে কোভিড ভেকচিনৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিছে। অধিক সুৰক্ষাৰ বাবে বহুতে কোভিড ভেকচিনৰ বুষ্টাৰ পালিও গ্ৰহণ কৰিছে।

কিন্তু ইমান দিনে বিনামূলীয়াকৈ গ্ৰহণ কৰা কোভিড ভেকচিনৰ বুষ্টাৰ পালি এতিয়া আৰু বিনামূলীয়াকৈ ল’ব পৰা নাযাব। এনে বুষ্টাৰ পালিৰ বাবে মানুহে ব্যক্তিগত চিকিৎসালয়লৈ গৈ ধন ভৰিব লাগিব।

চৰকাৰে ব্যক্তিগত টিকাকৰণ কেন্দ্ৰত দেওবাৰৰ পৰা সকলো প্ৰাপ্তবয়স্কক কৰোনা ভাইৰাছৰ বুষ্টাৰ পালি প্ৰদানৰ অনুমতি প্ৰদানৰ সিদ্ধান্ত লৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি চৰকাৰ ইতিমধ্যে কোভিডৰ বুষ্টাৰ পালিৰ দামো বান্ধি দিছে। সেই অনুসৰি কভিশ্বিল্ডৰ ব্যয় হ’ব ৬০০ টকা। এই ভেকচিন বিধৰ ক্ষেত্ৰত কৰ আগৰ দৰে একেই থাকিব। আন এবিধ ভেকচিন কভোভাক্স উপলব্ধ হ’ব ৯০০ টকাত।

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই আজি এই পদক্ষেপক আদৰণি জনাইছে। তেওঁ ইয়াক এক গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী সিদ্ধান্ত বুলি উল্লেখ কৰিছে।

তেওঁ কয় যে যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে তৃতীয় পালি অবিহনে ভ্ৰমণ কৰাত অসুবিধা পাইছে ।যিহেতু কেইবাখনো দেশে বুষ্টাৰ পালি গ্ৰহণ নকৰা লোকক সেই দেশত প্ৰৱেশৰ অনুমতি দিয়া নাই। এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো কোভিডৰ বুষ্টাৰ পালি উপলব্ধ হোৱাত সকলোৰে সুবিধা হ’ব বুলি পুনিৱালাই কয়।

Recent News

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

তামৰ পাত্ৰত পানী খোৱাৰ সময়ত নকৰিব এই কেইটা ভুল, হ’ব পাৰে বিপদ!

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা, মৃতকৰ পৰিয়ালক দিব ১ কোটিকৈ টকা; আৰু কি ক’লে টাটা গ্ৰুপে?

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

কামিন্সৰ সন্মুখত অসহায় আত্মসমৰ্পণ বাভুমাৰ দলৰ; প্ৰথম ইনিংছৰ শেষত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd