স্বাধীনতা দিৱসৰ দিনটোত মহানগৰীৰ ক’ত ক’ত থাকিব ন’ পাৰ্কিং?

NO PARKING on independence day

প্ৰশান্ত শইকীয়া

স্বাধীনতা দিৱসৰ দিনটোত গুৱাহাটী মহানগৰীৰ ক’ত ক’ত ন’ পাৰ্কিং থাকিব সেই সন্দৰ্ভত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক সংবাদমেল সম্বোধন কৰে মহানগৰ যান বাহন আৰক্ষী উপ-আয়ুক্ত প্ৰশান্ত শইকীয়াই।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে স্বাধীনতা দিৱস কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হ’ব।

স্বাধীনতা দিৱসত যান-বাহন আৰু সুৰক্ষা ব্যাৱস্থাৰ প্ৰতি নজৰ ৰাখি যান বাহন আৰক্ষীৰ উপ-আয়ুক্তগৰাকীয়ে সংবাদমেলৰ জৰিয়তে তলত দিয়া ধৰণে নিৰ্দেশনা জাৰি কৰে-

মহনগৰ যান-বাহন আৰক্ষী উপ-আয়ুক্তগৰাকীয়ে সংবাদমেলৰ জৰিয়তে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস আয়োজনৰ বাবে প্ৰতিগৰাকী  লোকক প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনায়।