• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃতীয় পৰ্যায়ৰ লকডাউন: মালবাহী ৰে’লৰ বাহিৰে সম্পূৰ্ণৰূপে বন্ধ থাকিব যাত্ৰীবাহী ৰে’ল সেৱা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 5, 2020 11:19 am
WhatsApp Image 2020-05-05 at 10.41.07 AM

উত্তৰ পূব সীমান্ত ৰেইলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ। ফটো: নৰ্থইষ্ট নাও

2.4k
VIEWS
Share on FacebookShare on Twitter

তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাটো সম্পূৰ্ণৰূপে বন্ধ থাকিব যাত্ৰীবাহী ৰে’ল সেৱা। এই সময়ছোৱাত কেৱল মালবাহী ৰে’লহে চলাচল কৰিব পাৰিব।

এই কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই ৷

শুভানন চন্দই লগতে কয় যে ১৭ মেলৈ শ্ৰমিকৰ বাবে কিছুমান ট্ৰেইন চলাই থকা হৈছে ৷ ৰাজ্য চৰকাৰৰ অনুমতি অনুসৰি শ্ৰমিকৰ বাবে ট্ৰেইন চলোৱাৰ ব্যৱস্থা কৰিব ৰে’ল বিভাগে।

ইতিমধ্যেই দেশৰ কেইবাটাও স্থানত আৱদ্ধ লোকসকলৰ বাবে ৰে’ল বিভাগে এই ব্যৱস্থা আৰম্ভ কৰিছে।

যিসকল লোক অসমৰ বাহিৰৰ ৰাজ্য সমূহত আৱদ্ধ হৈ আছে তেওঁলোকে যদি আহিব বিচাৰে তেনেহ’লে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি তালিকা প্ৰস্তুত কৰিব বুলি চন্দই কয়।

গুৰুত্বপূৰ্ণ এই যে এই ট্ৰেইন সমূহ সম্পূৰ্ণ বিশেষ ট্ৰেইন য’ত বেলেগ মানুহ উঠিব নোৱাৰিব বা টিকটৰ ব্যৱস্থা কৰা নহ’ব ৷ অকল তালিকাত থকা ব্যক্তিসকলেহে যাব পৰিব বুলিও জনায় জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

কিন্তু বৰ্তমানলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে কোনো যাত্ৰীবাহী বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নতুবা বেলেগ ৰাজ্য চৰকাৰে বিশেষ ট্ৰেইন অসমলৈ এতিয়া পঠিওৱা নাই ৷ অসম চৰকাৰৰ নিৰ্দেশনাৰ পিছতহে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্যৱস্থা গ্ৰহণ কৰিব।

জনসম্পৰ্ক ৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে সম্প্ৰতি অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াৰ পিছতহে উত্তৰ-পূব সীমান্ত ৰে’লৱেই শ্ৰমিকৰ বাবে ৰে’ল চলাচলৰ ব্যৱস্থা কৰিব।

Recent News

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd