• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাদ্ৰাছাত কোনো জেহাদীৰ প্ৰশিক্ষণ দিয়া নহয়, শিকোৱা হয় মানৱতা আৰু দেশপ্ৰেম : আমছা

মাদ্ৰাছা শিক্ষা ব্যৱস্থাক কিয় বৈষম্যমূলক আচৰণ কৰা হৈছে? মাদ্ৰাছা ছাত্ৰ সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 5, 2019 9:16 am
index

সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ নেতৃত্ব। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মাদ্ৰাছাত জেহাদীৰ লগত কোনো সম্পৰ্ক নাই, ইয়াত জেহাদৰ প্ৰশিক্ষণ দিয়া নহয়। মাদ্ৰাছাত কোৰাণ আৰু হাদিজৰ শিক্ষা দিয়া হয়। লগতে দেশপ্ৰেম আৰু মানৱতাৰ শিক্ষা দিয়া হয়।”

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওত এইদৰে মন্তব্য কৰে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি মৌলানা ওৱাহিদুজামানে।

উল্লেখ্য যে কেইদিন মান পুৰ্বে বৰপেটাত নিষিদ্ধ ঘোষিত সংগঠন জে এম বিৰ সদস্য গ্ৰেপ্তাৰ হয় যিসকলে এসময়ত মাদ্ৰাছাত পঢ়া-শুনা কৰিছিল।

উক্ত ঘটনাক লৈ সম্প্ৰতি সমগ্ৰ অসমত বিতৰ্ক সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছাই।

“সন্ত্ৰাসবাদৰ কাৰ্যকলাপত জড়িত থকা বাবেহে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে,” এইদৰে মন্তব্য কৰে আমছাৰ সভাপতিগৰাকীয়ে।

তেওঁ কয় “তেনেক্ষেত্ৰত অসমৰ সমগ্ৰ মাদ্ৰাছাসমূহক টাৰ্গেট কৰি লোৱাটো দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক। অসমৰ বহু কলেজত অধ্যয়ন কৰা যুৱক আলফা নাইবা মাওবাদীত যোগদান কৰিছিল, তেতিয়া তেনে কোনো প্ৰশ্ন উত্থাপন কৰা হোৱা নাছিল।”

আমছাৰ সভাপতিৰ প্ৰশ্ন “তেনেক্ষেত্ৰত মাদ্ৰাছা শিক্ষা ব্যৱস্থাক কিয় বৈষম্যমূলক আচৰণ কৰা হৈছে?”

তদুপৰি, অসমৰ মাদ্ৰাছা সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মূল শ্লোগান দেশপ্ৰেম ইমামৰ অংগ বুলি উল্লেখ কৰাৰ উপৰিও তেওঁ কয় যে কোৰাণত লিখা আছে এজন নিৰীহ লোকক হত্যা কৰা মানে সমগ্ৰ মানৱ জাতিক হত্যা কৰা।

আনহাতে, চৰকাৰলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে কয় যে অসম চৰকাৰৰ হাতত মাদ্ৰাছাত সন্ত্ৰাসবাদৰ প্ৰশিক্ষণৰ কিবা তথ্য থাকিলে সোনকালে ৰাজহুৱা কৰক। তেতিয়া সেইসমূহ মাদ্ৰাছা বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

মাদ্ৰাছাত কোনো ধৰণৰ জেহাদী প্ৰশিক্ষণ দিয়াৰ কথা অস্বীকাৰ কৰি মাদ্ৰাছাকলৈ গভীৰ ষড়যন্ত্ৰ চলি আছে বুলি মন্তব্য কৰে সদৌ অসম মাদ্ৰাছা ছাত্ৰ সংস্থাৰ সভাপতি মৌঃ ওৱাহিদুজ্জামানে।

তেওঁ লগতে ‘জে এম বি’ তথা ‘আইচিছ’ৰ নিচিনা নিকৃষ্ট সংগঠন সমূহক সকীয়নি দি কয় যে মাদ্ৰাছা শিক্ষাক লৈ কৰা ষড়যন্ত্ৰ সহ্য কৰা নহ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd