• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাবি-চিন্তি থকাৰ সময় নাই, মিত্ৰজোঁটৰ পৰা ওলাই আহক অগপ: হীৰেন গোহাঁই

নীতিগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ ব্যক্তিগত স্বাৰ্থ: হৰেকৃষ্ণ ডেকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 30, 2018 10:54 pm
No time for thought, AGP should leave alliance immediately: Hiren Gohain Dr. Hiren Gohain Chairman forum Against Citizenship Act Amendment Bill addressing a Press Conference at Guwahati Press Club on 30-12-18 Pix by UB Photos

গুৱাহাটী প্ৰে’ছ ক্লাবত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ দেওবাৰৰ সংবাদমেল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ পক্ষত অৱস্থান লোৱা বিজেপি দলৰ সৈতে মিত্ৰতাক লৈ ভাবি-চিন্তি থকাৰ সময় আৰু নাই বুলি মন্তব্য কৰি অগপক জোঁট এৰি ওলাই আহিবলৈ দেওবাৰে আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ অধ্যক্ষ, বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।

“বিধেয়ক উত্থাপন হ’লে গৃহীত হোৱাটো নিশ্চিত, এতিয়া অগপৰ ভাবি-চিন্তি থকাৰ সময় নাই, ওলাই আহক,” বিধেয়ক গৃহীত হ’লে অগপৰ বাবে তাতকৈ লজ্জাজনক কথা আন একো নাথাকিব বুলি উল্লেখ কৰি গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদমেলযোগে এই মন্তব্য গোহাঁইৰ।

ইমানৰ পিছতো যদি অগপই মিত্ৰজোঁট ত্যাগ নকৰে তেন্তে দলটোক বাদ দিয়ে বিধেয়কবিৰোধী সংগ্ৰাম চলাবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে বৰ্ষীয়ান বুদ্ধিজীৱীজনে।

“বিজেপি চৰকাৰ সংবিধানবিৰোধী আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰবিৰোধী। ইয়াৰ পাছতো যদি অগপই কেৱল ভাবি-চিন্তিয়েই থাকে, তেন্তে অগপক বাদ দি অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম চলাই নিবৰ বাবে আহ্বান জনাইছো,” আহ্বান গোহাঁইৰ।

আনহাতে মিত্ৰজোঁটৰ পৰা ওলাই আহি অসমবাসীৰ সৈতে বিধেয়কবিৰোধী আন্দোলনত অংশ ল’বলৈ আঞ্চলিক দলটোক আহ্বান জনাইছে মঞ্চৰ আন এজন সদস্য, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই।

“অগপ আঞ্চলিকতাবাদৰ ভিত্তিত গঠন হৈছিল, গতিকে তেওঁলোকে খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সমস্যাটো প্ৰতিনিধিত্ব কৰিব লাগিব,” ডেকাৰ মন্তব্য।

নীতিগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ “ব্যক্তিগত স্বাৰ্থ” বুলি মন্তব্য কৰিছে ডেকাই।

“বিজেপিৰ লগত আছে। কিয়নো তেওঁলোকে মন্ত্ৰিত্ব পাইছে,” ডেকাৰ মন্তব্য।

ডেকাৰ অনুৰূপ মন্তব্য কৰিছে মঞ্চৰ আন এজন সদস্য, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীয়ে। “অসম চুক্তিক বৰবাদ কৰিব খোজা বিজেপিক অগপ নেতাই হাত জোৰ কৰি আছে। একমাত্ৰ ক্ষমতাৰ লোভতে বিজেপিৰ সন্মুখত হাতজোৰ কৰি আছে অগপই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

August 16, 2025 3:01 pm
তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

August 16, 2025 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd