• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2025 11:16 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰদীয় বতৰত ছিকিমলৈ যাব খোজা পৰ্যটকৰ বাবে বেয়া খবৰ। এই পাহাৰীয়া পৰ্যটনস্থলীৰ এটা অংশ পুনৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। পশ্চিম ছিকিমৰ ৰিম্বি অঞ্চলত ইয়াংথাং ভূমিস্খলনৰ খবৰ পোৱা গৈছে। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন কেইবাজনো সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে। ভূমিস্খলনৰ বাবে আবদ্ধ হৈ পৰিছে বহু লোক। পাহাৰৰ পৰা নমাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

বাতৰি অনুসৰি, ইয়াংথাঙৰ এটা অংশত ভূমিস্খলনৰ তলত এটা ঘৰ পোত গৈছে। সেই ঘৰৰ সদস্যসকল বোকা আৰু শিলৰ তলত চেপা খাই পৰে। থিতাতে ৩ জন লোকৰ মৃত্যু হয়। আন এজন ব্যক্তিক চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Apply Now

খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় এছ এছ বিৰ কৰ্মীসকল। আন এগৰাকী মহিলা আহত অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থাও সংকটজনক। কেইবাজনো সন্ধানহীন হৈ আছে। পাহাৰীয়া অঞ্চলটো দুৰ্গম হোৱাৰ লগতে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।

বিগত কিছুদিন ধৰি পশ্চিম ছিকিমৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলন সংঘটিত হৈ আহিছে। অবিৰত বৰষুণৰ ফলত বুৰ গৈছে হিউম নদী। ছিকিমৰ বাকী অংশৰ পৰা কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰিছে এই অঞ্চল। অস্থায়ী কাঠৰ দলং নিৰ্মাণ কৰি উদ্ধাৰ অভিযান চলোৱা হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰেও ছিকিমৰ পশ্চিম অংশত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে ধুমুহা বতাহো বলিব পাৰে। অহা বুধবাৰলৈকে বৰষুণ অব্যাহত থাকিব। পূজাৰ সময়ত এই অংশত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰা সকলোৱেই চিন্তিত। প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে ভ্ৰমণৰ আনন্দ ম্লান কৰি তুলিব পৰ্যটকৰ।

এইবাৰ ভূমিস্খলনৰ বাবে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ কেইবাবাৰো বন্ধ হৈ পৰিছিল। ফলত শিলিগুৰিৰ পৰা ছিকিমলৈ যাবলৈ এই লাইফলাইন ব্যৱহাৰ কৰিব নোৱাৰিলে পৰ্যটকে। ভ্ৰমণৰ সময়তে তেওঁলোকে কষ্ট পাইছিল। স্থানীয় ৰাইজেও সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

ছিকিমৰ পাহাৰীয়া অঞ্চলত কেতিয়াবা পৰ্যটক আবদ্ধ হৈ পৰে ভূমিস্খলনৰ বাবে। ফলত এইবাৰো পূজাৰ বন্ধত ছিকিমলৈ যোৱাৰ পৰিকল্পনা কৰাসকলে ৰিম্বিৰ ইয়াংথাম অঞ্চলত হোৱা ভূমিস্খলনৰ খবৰ পাই আশংকাত ভুগিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd