• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাঞ্চল্য: বাংলো বিক্ৰীত বাধা দিয়াৰ বাবেই অধিবক্তা পত্নীক হত্যা স্বামীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 2:49 pm
Noida Lawyer Killed By Husband
1.1k
VIEWS
Share on FacebookShare on Twitter

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে নয়ডা। এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে অধিবক্তা পত্নীক হত্যা কৰাৰ অভিযোগ।ব্যক্তিগৰাকীয়ে নয়ডাস্থিত তেওঁলোকৰ এটা বাংলো বিক্ৰীৰ ইচ্ছা কৰিলেও তেওঁৰ এই ইচ্ছাত বাধা দিয়াৰ বাবেই পত্নীক হত্যা কৰা বুলি অভিযোগ উঠিছে।

যোৱা শনিবাৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহাৰ মৃতদেহ নয়ডা ছেক্টৰ ৩০ ত থকা তেওঁলোকৰ বাংলোৰ বাথৰুমত উদ্ধাৰ হয়। দম্পতীহালৰ পুত্ৰ বিদেশত থকাৰ বাবে বাংলোত আছিল কেৱল দুই স্বামী-স্ত্ৰী।

ইফালে দুদিন ধৰি অধিবক্তাগৰাকীলৈ কৰা ফোনকলৰ কোনো উত্তৰ নোহোৱাত অধিবক্তাগৰাকীৰ ভাতৃয়ে সন্দেহৱশত: আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষী বাংলোত উপস্থিত হয় আৰু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

লক্ষণীয়ভাৱে সেই সময়ত নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকীৰ স্বামী। আৰক্ষীয়ে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ ফোনটো ট্ৰেক কৰে যদিও ফোন ট্ৰেকত তেওঁক শেহতীয়া স্থান তেওঁলোকৰ বাংলোতে দেখা পোৱা যায়।

অৱশেষত আৰক্ষীয়ে ৩৬ ঘণ্টাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে নীতিন নাথ সিনহা নামৰ এই ব্যক্তিগৰাকীক। ধৃত সিনহাক নিজ বাসভৱনৰে ষ্ট’ৰ ৰুমত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, জ্যেষ্ঠ ভগ্নীৰ পৰা ফোনকলৰ সঁহাৰি লাভ নকৰাৰ পিছতে অধিবক্তাগৰাকীৰ ভাতৃয়ে সিনহাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল।তেওঁৰ ভাষ্যৰ আধাৰত আৰক্ষীয়ে সদৰী কৰা মতে, দম্পতীহালৰ মাজত নিজৰ বাংলো বিক্ৰী কৰাক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল।

প্ৰকাশিত খবৰ অনুসৰি, সিনহাই এই বাংলোটো বিক্ৰী কৰিব বিচাৰিছিল আৰু আনকি এজন ক্ৰেতাৰ পৰাও আগতীয়া ধনো লৈছিল। কিন্তু বাংলোটো বিক্ৰী কৰিবলৈ সাজু নাছিল তেওঁৰ অধিবক্তা পত্নী।

এই বিবাদৰ ফলত দম্পতীহালৰ মাজত সঘনাই কাজিয়া হৈছিল আৰু এনে কাজিয়াৰ ফলশ্ৰুতিতে সিনহাই তেওঁৰ পত্নীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd