• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঘন্য! পথৰ পৰা ধৰি নি কুকুৰক ধৰ্ষণ দুৰ্বৃত্তৰ

চুবুৰীয়াই দেখাৰ পিছতে তৃতীয় মহলাৰ পৰা ‘ধৰ্ষিতা’ কুকুৰক তললৈ নিক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2023 2:59 pm
man rapes stray dog
3.4k
VIEWS
Share on FacebookShare on Twitter

এক চৰম লজ্জাজনক কাণ্ড সংঘটিত হৈছে নয়ডাত। বিকৃত যৌন কামনা চৰিতাৰ্থ কৰি গ্ৰেটাৰ নয়ডাৰ এগৰাকী ব্যক্তিয়ে পথৰ কাষৰ এটি অঘৰী কুকুৰক ধৰি নি নিজ কোঠাৰ ভিতৰত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই জঘন্য কাণ্ড চুবুৰীয়াই দেখা পোৱাৰ পিছতে অভিযুক্ত ব্যক্তিগৰাকীয়ে অট্টালিকাটোৰ তৃতীয় মহলাৰ পৰা তললৈ দলিয়াই দিয়ে বুলিও জানিব পৰা গৈছে।

এই চৰম লজ্জাজনক কাণ্ড পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। অভিযুক্ত ব্যক্তিগৰাকীক সোণবীৰ বুলি চিনাক্ত কৰা হৈছে। মথুৰাৰ এই ব্যক্তিগৰাকীয়ে গ্ৰেটাৰ নয়ডাৰ এটা ভাড়াঘৰত বাস কৰিছিল।

বুধবাৰে গভীৰ নিশা তেওঁ পথৰ কাষৰ পৰা এটা মাইকী কুকুৰক ধৰি দ্বিতীয় মহলাৰ নিজৰ কোঠালৈ লৈ যায় আৰু কুকুৰটোক বান্ধি লৈ পিছত ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছে।

ইফালে তেওঁৰ কাষতে বাস কৰা এহাল দম্পতীয়ে এই কাণ্ড প্ৰত্যক্ষ কৰে আৰু লগে লগে অট্টালিকাটোৰ এলাৰ্ম বজাই দিয়ে। ইয়াৰ পিছতে অট্টালিকাত থকা লোকসকল সেই স্থানত উপস্থিত হয়।

এই জনসমাগম দেখা পাই সোণবীৰে কুকুৰটোক ছাদলৈ লৈ যায় আৰু তৃতীয় মহলাৰ পৰা তললৈ নিক্ষেপ কৰে। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চুবুৰীয়া লোকসকলে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু সোণবীৰক গ্ৰেপ্তাৰ কৰি পশু নিৰ্যাতনৰ সৈতে জড়িত প্ৰাসংগিক ধাৰাত গোচৰ তৰি পিছত তেওঁক জেললৈ প্ৰেৰণ কৰে।

ইফালে এই বৰ্বৰ কাণ্ডৰ বলি হৈ গুৰুতৰভাৱে আহত হোৱা মাইকী কুকুৰটো বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd