• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসহায় ইমৰান! জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2023 9:22 pm
Imran Khan
128
VIEWS
Share on FacebookShare on Twitter

বিপদে লগ নেৰা হৈছে পাকিস্তানৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানক। খাটুনৰ ন্যায়াধীশ জেবা চৌধুৰীক ভাবুকি দিয়াৰ গোচৰত আজি খানৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে অসামৰিক ন্যায়াধীশ জিলা অধিবেশন আদালতে।

পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খান আজি আদালতত হাজিৰ হোৱাৰ কথা আছিল। কিন্তু নিৰাপত্তাজনিত সন্দেহৰ দোহাই দি আদালতত উপস্থিতিৰ পৰা ৰেহাই বিচাৰি আবেদন দাখিল কৰে ইমৰান খানে।

প্ৰকাশ খবৰ অনুসৰি, আদালতে ইমৰান খানৰ আবেদন নাকচ কৰি গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰে। আদালতৰ নিৰ্দেশত ইমৰান খানক ২৯ মাৰ্চত আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।

উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহত ইমৰান খানে এক ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰি সমাৱেশত ভাষণৰ সময়ত ন্যায়াধীশ জেবা চৌধুৰীক ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ পাছতে খানৰ বিৰুদ্ধে ন্যায়াধীশক ভাবুকি দিয়াৰ অভিযোগত অভিযোগ দাখিল কৰা হৈছিল।

ইয়াৰ পিছত ইছলামবাদ উচ্চ ন্যায়ালয়ত ইমৰান খানে নিজ শপতনামাত ন্যায়াধীশ জেবা চৌধুৰীৰ ওচৰত ক্ষমা খুজিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। আজি এই গোচৰত খানক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁৰ অনুপস্থিতিৰ পিছত আদালতে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানাৰ নিৰ্দেশ দিয়ে।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd