• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো বিদ্যালয়ক প্ৰাদেশিককৰণেৰে ‘ভেন্সাৰ বিদ্যালয়’ শব্দটোক চিৰ বিদায় দিয়াৰ আহ্বান শিক্ষা মন্ত্ৰীলৈ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 18, 2018 8:59 pm
IMG_20180918_165505
236
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ সাহিত্য সভা ভৱনৰ সভাকক্ষত আজি চতিয়া আৰু বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ক্ৰমে নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অপ্ৰাদেশীকৃত পৰ্যায়ৰ বিষয় শিক্ষক শিক্ষয়িত্ৰীসকলে এখন সংবাদ মেলৰ আয়োজন কৰিছে।

শেহতীয়াকৈ অসমৰ শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই “ৰাজ্যৰ পৰা অপ্ৰাদেশীকৃত বিদ্যালয়ক চিৰ বিদায় দিয়া হব” বুলি কৰা ঘোষণাক গভীৰ আন্তৰিকতাৰে আদৰণি জনাইছে  এই সকল বেতন-বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীয়ে।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানীয় অধিকাংশ দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক লৈয়েই বিগত ২০১০ চনৰ পৰা প্ৰতিটো শিক্ষা বৰ্ষ  আৰম্ভ কৰা এনে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীক  ষ্টাৰ নম্বৰ আৰু লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাকৈ গঢ় দি অহাৰ লগতে সন্তোষজনক ফলাফল দেখুৱাই আহিছে।

এই সংবাদমেলৰ জৰিয়তে তেওঁলোকে বৰ্তমানৰ শিক্ষা মন্ত্রীক  বিষয়টোৰ এটা স্পষ্ট প্ৰতিছবি দাঙি ধৰিবলৈ আহ্বান জনাইছে।   সমগ্ৰ অসমতে থকা প্ৰায় অৰ্ধ শতাধিক এনে বিদ্যালয়ত কৰ্মৰত বহু শিক্ষক শিক্ষয়িত্ৰীৰ বয়স উকলি যোৱা বিষয়টোলৈও লক্ষ্য  ৰাখি প্ৰয়োজন সাপেক্ষে  নতুন শিক্ষা আইনৰ সংশোধনৰ জৰিয়তে এনে পৰ্যায়ৰ অপ্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহকো প্ৰাদেশিকীকৰণৰ আওঁতালৈ আনিবলৈ তেওঁলোকে শিক্ষা মন্ত্ৰীক অনুৰোধ জনাইছে।

সভাত  দুয়ো খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শিক্ষয়িত্ৰী সকল, বিশ্বনাথ চাৰিআলিৰ সাংবাদিকসকল , আন্ত:ৰাষ্ট্ৰীয় ‘শিক্ষক-শ্ৰী’ বটাঁ প্ৰাপক কৃতী শিক্ষক হৰি প্ৰসাদ উপাধ্যায় প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd