• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই সুন্দৰীৰ যুঁজ! আদালতত জেকলিনৰ বিৰুদ্ধে নতুন অভিযোগ নোৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2023 12:36 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

সুকেশ চন্দ্ৰশেখৰৰ উপৰিও বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ আৰু নোৰা ফাতেহী ২০০ কোটি টকাৰ আৰ্থিক প্ৰতাৰণাৰ গোচৰত জড়িত হৈ আছে।

ইয়াৰ পূৰ্বে সুকেশ আৰু জেকলিনে নোৰাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত নোৰাই ‘কিক’ ছবিখনৰ নায়িকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। সোমবাৰে এই গোচৰত নিজৰ বক্তব্য দিবলৈ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত হাজিৰ হয় নোৰা।

তেওঁ কয়, ‘’জেকলিন ফাৰ্নাণ্ডেজৰ উপৰিও মই কিছুমান সংবাদ মাধ্যমৰ বিৰুদ্ধেও গোচৰ তৰিছো। তেওঁলোকে মোক ‘সুযোগ সন্ধানী’ বুলি কৈছিল। লগতে দাবী কৰিছিল যে মই হেনো সুকেশৰ লগত সম্পৰ্কত আছিলো! তেওঁলোকৰ মিছা কথাই সাধাৰণ মানুহৰ সন্মুখত মোৰ সন্মানহানি কৰিছে।”

লগতে পঢ়ক: সাধাৰণ লোকৰ সামৰ্থ্যৰ বাহিৰত জুই-ছাই দাম; তাৰমাজতে ২১ লাখ টকাৰ বিলাহী লৈ নিখোঁজ ট্ৰাক

ইয়াৰ লগতে ‘দিলবাৰ’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে কয় যে, “সুকেশৰ বিৰুদ্ধে ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই বুলি জনাবলৈকে মই গোচৰ তৰিছো।”

ইয়াতেই ৰৈ নাথাকিল নোৰা। তেওঁ আদালতত আৰু অভিযোগ কৰে, “মোৰ মতে এই গোচৰত কিছুমান বিশেষ মানুহক বচাবলৈ মোক বলিৰ পঠা সজোৱা হৈছিল! কাৰণ মই উদ্যোগটোৰ বাহিৰৰ পৰা আহিছো কাৰণেই বহুতে হয়তো মোক সহজ টাৰ্গেট বুলি গণ্য কৰে।”

লগতে পঢ়ক: নৰবলি! ৰোগ নিৰাময়ৰ নামত কিশোৰক বলি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ মহিলা পুৰোহিতসহ ৪জন

নোৰাই কয় যে জেকলিনৰ মন্তব্যই উদ্যোগটোত আঠ বছৰে তেওঁ গঢ়ি তোলা তেওঁৰ স্থানটোত যথেষ্ট আঘাত হানিছে। এই সন্দৰ্ভত তেওঁ আদালতৰ পৰা ক্ষতিপূৰণ বিচাৰিছে। ছেপ্টেম্বৰ মাহত আদালতে এই গোচৰৰ আৰু এজন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰিব।

Recent News

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অসমত ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ১০খন নতুন সহ-জিলা!

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd