NORTHEAST NOW (Assamese)

ভাৰতৰ প্ৰখ‍্যাত পৰিৱেশবিদ ৰবি চোপ্ৰাৰ সৈতে নৰ্থইষ্ট নাওৰ মুখ‍্য সম্পাদক পৰেশ মালাকাৰৰ সাক্ষাৎকাৰ

October 1, 2025 10:52 am · পৰেশ মালাকাৰ
Updated: October 2, 2025 9:15 am

ভাৰতৰ প্ৰখ‍্যাত পৰিৱেশবিদ ৰবি চোপ্ৰাৰ সৈতে নৰ্থইষ্ট নাওৰ মুখ‍্য সম্পাদক পৰেশ মালাকাৰৰ সাক্ষাৎকাৰ


📍হিমালয়ৰ পৰিৱেশ ৰক্ষা কৰিব পাৰিম বুলিয়ে মই  উচ্চতম ন‍্যায়ালয়ৰ উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ অধ‍্যক্ষৰ দায়িত্ব লৈছিলোঁ।


📍তাকেই কৰিব নোৱাৰিলো যিহেতু অধ‍্যক্ষ হৈ থাকি কি লাভ?


📍চৰকাৰৰ এটা বিভাগেই চৰকাৰৰ আন এটা বিভাগৰ সিদ্ধান্ত নামানে


📍ভাৰতৰ প্ৰখ‍্যাত পৰিৱেশীবাদী ৰবি চোপ্ৰাৰ সৈতে সাক্ষাৎকাৰ নৰ্থ-ইষ্ট নাওৰ মুখ‍্য সম্পাদক পৰেশ মালাকাৰৰ এটি গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ।


📍তথ্যসমৃদ্ধ এই সাক্ষাৎকাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰতঃ ছাত্ৰ-ছাত্ৰীসকলৰ বহুখিনি সুবিধা হ’ব

Related News