• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ: ‘পি-পি-ই-কিটৰ ভূত’

ললিত গগৈ by ললিত গগৈ
December 26, 2022 3:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্লু-ডাৰ্ট নামৰ কাৰ্গো বিমানখনৰ সতে বিমান বন্দৰত ফটো উঠি চীনৰ পৰা ৫০ হেজাৰ পি-পি-ই-কিট অনা দেশৰ প্ৰথমখন ৰাজ্য বুলি সগৌৰৱে টুইট কৰা ঘটনাতো বিধানসভাৰ মজিয়াত মিছা আখ্যা দিলে বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এতেকে তেতিয়াৰ সেই ঘটনা ভূতৰ কাম আৰু আমাৰ ভ্ৰম আছিল বুলিয়েই ধৰি ললো । কিন্ত একেজন স্বাস্থ্য মন্ত্ৰীয়ে এসময়ত বহু বিৰ্তকিত জে-চি-বি ইণ্ড্ৰাষ্টিজ নামৰ প্ৰতিষ্ঠানটোকো এন-এইচ-এমৰ ফালৰ পৰা পি-পি-ই-কিট যোগানৰ কোনো অৰ্ডাৰ দিয়া হোৱা নাছিল বুলি বিধানসভাত লিখিতভাবে জানিবলৈ দিছে । প্ৰতিষ্ঠানটোৰ ঠিকনা ইণ্ডাষ্টিয়েল ইষ্ট্ৰেট ; ফৰ্থ বাইলেন ; গুৱাহাটী বুলি কোৱা হৈছে ; কিন্ত মালিকৰ নাম জ্ঞাত নহয় বুলিছে । তেন্তে যোৱা জুন মাহত দা ক্ৰছ কাৰেণ্ট আৰু দা ৱায়াৰ নামৰ পৰ্টেল দুটাই আৰ-টি-আইৰ জৰিয়তে এন-এইচ-এমৰ পৰা তথ্য সংগ্ৰহ কৰি জে-চি-বিয়ে অতিৰিক্ত মূল্যত পি-পি-ই-কিটৰ অৰ্ডাৰ পোৱা বুলি যি চাঞ্চল্যকৰ বাতৰি প্ৰচাৰ কৰিছিল আৰু তাকে লৈ দেশজোৰা আলোড়ন সৃষ্টি হোৱাই নহয় বিৰোধী দলবোৰ তদন্তৰ দাবীত সোচ্চাৰ হৈ পৰিছিল সেয়াও কি মিছা আছিল । সেই তথ্যপাতিৰ আধাৰতে সংবাদ মেল দিবলৈ গৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী ইতিমধ্যে ফৌজদাৰী গোচৰৰো সন্মুখীন হৈছে । মন্ত্ৰী মহন্তৰ তথ্য সচাঁ বুলি ধৰিলে যি দেখিছো পৰ্টেল দুটাকহে এতিয়া গৰিহনাৰে উপচাই দিব লাগিব । এন-এইচ-এমৰ পৰা সংগ্ৰহ কৰা তথ্যপাতিৰে তেওঁলোকে দেখোন জে-চি-বি কোম্পানীটোৰ মালিক হিচাপে মুখ্যমন্ত্ৰীৰ পত্মী আৰু কোনোবা ধানুকাকো সাঙুৰিছিল । অথচ মন্ত্ৰী মহন্তই বিধানসভাত দিয়া তথ্যমতে কোম্পানীটোৰ মালিকৰ নাম এন-এইচ-এমৰ জ্ঞাত নহয় । এনেস্থলত গোটেই ঘটনাতো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিল। আৰ-টি-আই তথ্যৰ আধাৰত পৰ্টেল দুটাই জে-চি-বিয়ে অৰ্ডাৰমতে ৫ হেজাৰ পি-পি-ই-কিট যোগান ধৰিব নোৱাৰাৰ বাবে এন-এইচ-এমে ২০২০ চনৰ ৬ এপ্ৰিলত অৰ্ডাৰ বাতিল কৰা আৰু তাৰ পৰিবৰ্তে যোগান পোৱা ১৪৮৫ টা পি-পি-ই-কিট পৰৱৰ্তী সময়ত চি-এছ-আৰ শিতানত গ্ৰহন কৰা বুলি দেখুওৱা বুলিও বাতৰি প্ৰচাৰ কৰিছিল । কিন্ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই দিয়া তথ্যই গোটেই কথাবোৰ ৰহস্যঘন কৰি পেলালে । এই ঘটনাটোও এতিয়া ভূতৰ কাৰবাৰ যেনহে লাগিল । পৰ্টেল দুটাক আৰ-টি-আইৰ উত্তৰত আগতে এন-এইচ-এমে যি লিখিত তথ্যপাতি দিছিল সেয়া মিছা আছিল নে মন্ত্ৰী মহন্তই দিয়া তথ্য মিছা সেই সন্দৰ্ভত পৰ্টেল দুটা নীৰৱ হৈ থকাৰ অৰ্থও বুজি পোৱা নাই । তেৰাসৱকো ভূতে লম্ভিলে নেকি !! আনহাতে সেই সময়ত বিষয়টো লৈ তদন্তৰ দাবীত সোচ্চাৰ হোৱা আনকি চি-বি-আই তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ মেমোৰেণ্ডাম পঠোৱা বিৰোধী দলকেইটাও মৌন !

ললিত গগৈ

ললিত গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd