• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেৱল অমিত শ্বাহেই নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে : স্পষ্ট কথা এম কে ষ্টেলিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2025 9:14 pm
178
VIEWS
Share on FacebookShare on Twitter

এইখন দিল্লী বা অন্য ৰাজ্য নহয়, এইখন তামিলনাডু হয়। আপুনি অন্য ৰাজ্যত দল ভাঙি আৰু তালাচী চলাই চৰকাৰ গঠন কৰিব পাৰে সেয়া তামিলনাডুত কৰিব নোৱাৰে। তামিলনাডু সদায় দিল্লীৰ নিয়ন্ত্ৰণৰ বাহিৰত । কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক এইদৰে সকীয়াই দিলে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে।

কেৱল অমিত শ্বাহেই নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে। এয়া এম কে ষ্টেলিনৰ স্পষ্ট কথা। এয়া যেন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ষ্টেলিনৰ মুকলি প্ৰত্যাহ্বান। অৱশ্যে অন্য এটা কথাও নোহোৱা নহয়, তামিলনাডুৰ অন্য এক আঞ্চলিকতাবাদী শক্তি আইএডিএমকে বিজেপিৰ সৈতে পুনৰ লগ লাগিছে। তেনে সময়তে ষ্টেলিনৰ এই প্ৰত্যাহ্বানে বিশেষ তাত্পৰ্য বহন কৰিছে। ষ্টেলিনৰ মতে দিল্লীৰ কোনো শক্তিয়ে কেতিয়াও দক্ষিণৰ ৰাজ্যখনত শাসন কৰিব নোৱাৰে।

থিৰুভাল্লুৰ জিলাত ৰাজহুৱা অনুষ্ঠানত ভাষণ দি ষ্টেলিনে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ২০২৬ চনত তামিলনাডুত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি কৰা দাবীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। পুনৰ কৈছো “কেৱল অমিত শ্বাহে নহয়, কোনো শ্বাহে তামিলনাডুত শাসন কৰিব নোৱাৰে।” এইদৰে হুংকাৰ দিয়ে ষ্টেলিনে।
বাইট :
ষ্টেলিনে বিজেপিৰ সাধাৰণ কৌশল নুই কৰি সকীয়াই দিয়ে যে, “তামিলনাডুত বিজেপি অভিযান আৰু দল ভাঙি পেলোৱা সূত্ৰই কাম নকৰে। অমিত শ্বাহে আইনগতভাৱে সৃষ্টি কৰা সকলো বাধা আমি ভাঙি দিম। “আমি দিল্লীক প্ৰণাম কৰি থাকিবলৈ তেওঁলোকৰ দাস নহয়। মুথুভেল কৰুণানিধি ষ্টেলিন জীয়াই থকালৈকে আপোনাৰ পৰিকল্পনা সফল নহ’ব।” অমিত শ্বাহলৈ এই সকিয়নী ষ্টেলিনৰ। “মই কান্দিব নোৱাৰো, আসন পাবলৈ কাৰো আগত হাঁহাকাৰ নকৰো।”

তেওঁ লগতে অমিত শ্বাহক সকিয়নী প্ৰদান কৰি কয় ‘আপুনি আপোনাৰ মিত্ৰতাত আত্মসন্মান নথকা লোকক ব্যৱহাৰ কৰি শাসন কৰিব বিচাৰে। আপুনি ইতিহাস পঢ়ক। আমাৰ ভূমি আত্মসন্মান, সাহস আৰু গৌৰৱেৰে ভৰি আছে।আমি কেতিয়াও এনে অভিযানৰ অনুমতি দিয়া নাছিলো।’ এনেদৰেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে গৰজি উঠে অমিত শ্বাহৰ লগতে বিজেপিৰ বিৰুদ্ধে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd