• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত তথ্যচিত্ৰ নিৰ্মাণত ব্যস্ত প্ৰসিদ্ধ ছবি নিৰ্মাতা মাইক পাণ্ডে

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
December 5, 2019 8:35 am
2.2k
VIEWS
Share on FacebookShare on Twitter

গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতা মাইক পাণ্ডে বৰ্তমান ব্যস্ত অসমত। হাতী-মানুহৰ সংঘাতৰ ওপৰত দূৰদৰ্শনৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্যে পাণ্ডে বৰ্তমান নগাঁও-কাৰ্বি আংলং সীমান্তত দৃশ্য গ্ৰহণৰ কামত ব্যস্ত।

হাতী-সংঘাত নিৰ্মূলৰ বাবে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী হাতীখলি-ৰংহাং কাৰ্বি গাঁৱৰ পথাৰৰ ২০০ বিঘাৰো অধিক পৰিসৰৰ ধান খেতি হাতীক খাবলৈ দিয়া প্ৰচেষ্টা সফল পৰিসমাপ্তিৰ বিষয়ে তথ্যচিত্ৰৰ জৰিয়তে দেশবাসীৰ আগত তুলি ধৰিবৰ উদ্দেশ্যে ছবি নিৰ্মাতা গৰাকীয়ে দৃশ্য গ্ৰহণৰ কাম চলাই আছে।

উল্লেখযোগ্য যে বিশিষ্ট তথ্যচিত্ৰ নিৰ্মাতা গৰাকীয়ে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ ক্ষেত্ৰত ৰংহাং গাঁৱৰ ৰাইজ একত্ৰিত হৈ হাতত লোৱা অভিনৱ প্ৰণালী বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ বাবে এখন আকৰ্ষণীয় তথ্যচিত্ৰ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

অহা ৭-৮ সপ্তাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া তথ্যচিত্ৰখন দূৰদৰ্শনত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিশ্বৰ প্ৰায় ১৩৫খন দেশত সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে ‘আৰ্থ মেটাৰ’ শীৰ্ষক ধাৰাবাহিক তথ্যচিত্ৰৰে সুখ্যাতি লাভ কৰা মাইক পাণ্ডেয়ে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd