• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্নানৰ উপযোগী মহা কুম্ভৰ পানী ! CPCBএ সেউজ ন্যায়াধিকৰণক প্ৰদান কৰিলে তথ্য

এন ই নাউ নাও নিউজ, গুৱাহাটী by এন ই নাউ নাও নিউজ, গুৱাহাটী
March 8, 2025 3:42 pm
স্নানৰ উপযোগী মহা কুম্ভৰ পানী ! CPCBএ সেউজ ন্যায়াধিকৰণক প্ৰদান কৰিলে তথ্য
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে (CPCB) ৰাষ্ট্ৰীয় সেউজ আৰক্ষীক (NGT) ক মহা কুম্ভৰ সময়ত প্ৰয়াগৰাজৰ সংগমৰ পানী স্নান যোগ্য আছিল বুলি জাননী জাৰি কৰিছে। তেওঁলোকে পানীত মানুহ আৰু জন্তুৰ মল-মূত্ৰৰ পৰা ওলোৱা ফেকেল কলিফৰ্মৰ (জীৱাণু) মান (median value) বিবেচনা কৰি এই প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰা বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে CPCB-এ প্ৰকাশ কৰা তথ্য অনুসৰি সংগমৰ পানী ফেকেল কলিফৰ্মৰ উচ্চ মাত্ৰাৰ বাবে পানী অসুৰক্ষিত আছিল।

অৱশ্যে, CPCB ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি, মহা কুম্ভৰ সময়ত বহু দিনৰ বাবে ফেকেল কলিফৰ্মৰ মাত্ৰা  সৰ্বোচ্চ অনুমোদিত সীমাতকৈ বেছি আছিল। উদাহৰণস্বৰূপে, ১৪ জানুৱাৰী আৰু ২০ জানুৱাৰীত ফেকেল কলিফৰ্মৰ মাত্ৰা আছিল ১১,০০০ MPN/100 ml আৰু ৪৯,০০০ MPN/100 ml, যি সৰ্বোচ্চ অনুমোদিত সীমা ২,৫০০ MPN/100 ml তকৈ বহু গুণে বেছি।

২৮ ফেব্ৰুৱাৰীৰ এক প্রতিবেদনত CPCB-এ উল্লেখ কৰিছে যে ১২ জানুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ফেকেল কলিফৰ্মৰ মধ্য মান আছিল ১,৭০০ MPN/100 ml। এই মান সৰ্বোচ্চ অনুমোদিত সীমাতকৈ কম, কিন্তু অকাংক্ষিত সীমা ৫০০ MPN/100 ml তকৈ বেছি। প্রতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে পানীৰ গুণাগুণ দিনটোৰ ভিতৰত আৰু বিভিন্ন ঠাইত সলনি হ’ব পাৰে, গতিকে সংগ্ৰহিত তথ্যই নদীৰ সামগ্ৰিক অৱস্থা নেদেখুৱাবও পাৰে।

ইয়াৰ আগতে, ১৭ ফেব্ৰুৱাৰীত NGT-এ CPCB-ৰ ৩ ফেব্ৰুৱাৰীৰ এখন প্রতিবেদনৰ উদ্ধৃতি অনুসৰি ফেকেল কলিফৰ্মৰ উচ্চ মাত্ৰাৰ বাবে পানী স্নান যোগ্য নাছিল। প্রতিবেদন খনে  মহা কুম্ভৰ সময়ত সংগমত স্নান কৰা বিপুল সংখ্যক লোকৰ বাবে ফেকেল কলিফৰ্মৰ মাত্ৰা বাঢ়ি যোৱা বুলি  উল্লেখ কৰিছিল।

এই প্রতিবেদনবোৰৰ বিপৰীতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ১৯ ফেব্ৰুৱাৰীত দাবী কৰিছিল যে সংগমৰ পানী কেৱল স্নানৰ কৰাৰ লগতে খোৱাৰ বাবেও উপযোগি বুলি দাবী কৰিছিল।

CPCB-ৰ শেহতীয়া প্রতিবেদন অনুসৰি মধ্য মানৰ ভিত্তিত পানী নিৰাপদ বুলি কোৱা হৈছে যদিও তথ্য অনুসৰি বহু দিনৰ বাবে সংগমৰ পানী দূষিত আছিল। এই শেহতীয়া প্ৰতিবেদনে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি বিৰোধী দলবোৰে সমালোচনা মুখৰ হৈ পৰিছে।

এন ই নাউ নাও নিউজ, গুৱাহাটী

এন ই নাউ নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd