• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত নহয় এন পি আৰ উন্নীতকৰণ, প্ৰায় ৪০০০ কোটি টকাত অনুমোদন মোদী কেবিনেটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 4:35 pm
narendra modi Modi cabinet decides to allow FDI in digital media

নৰেন্দ্ৰ মোদী। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ দেশজোৰা বিক্ষোভৰ মাজতে কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ৰাষ্ট্ৰীয় লোকপঞ্জী উন্নীতকৰণ বাবে প্ৰায় চাৰি হাজাৰ কোটি টকা মুকলিত অনুমোদন জনাইছে।

কেবিনেটে একে সময়তে ভাৰতৰ লোকপিয়ল ২০২১ৰ বাবে ৮৭৫৪.২৩ কোটি টকাত অনুমোদন জনাইছে।

অসমক বাদ দি সমগ্ৰ দেশৰ বাবে এই এন পি আৰ উন্নীতকৰণ বাধ্যতামূলক কৰা হৈছে। কিন্তু পশ্চিম বংগ, কেৰালা আৰু ৰাজস্থানৰ অবিজেপি নেতৃত্বাধীন চৰকাৰসমূহে নিজ ৰাজ্যত ইয়াক “অনুমোদন” নিদিয়ে বুলি বাতৰিত প্ৰকাশ।

অহা বছৰৰ এপ্ৰিলৰ পৰা উন্নীতকৰণৰ কাম আৰম্ভ হ’ব লগা এন পি আৰৰ তথ্য সংগ্ৰহৰ কাম ২০২০ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

#Cabinet approves expenditure of Rs. 8,754.23 crore for the exercise of #CensusIndia2021 and Rs. 3,941.35 crore for updation of #NationalPopulationRegister (NPR)

Press Release ?https://t.co/LkzuAJ4roV

— Spokesperson, Ministry of Home Affairs (@PIBHomeAffairs) December 24, 2019

এন আৰ চি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া হোৱাৰ বিপৰীতে এন পি আৰ হৈছে ভাৰতৰ “সাধাৰণ বাসিন্দাসকলৰ” (usual residents) তালিকা।

নাগৰিকত্ব আইন, ১৯৫৫ আৰু নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি) নিয়মাৱলী, ২০০৩ৰ ব্যৱস্থাৱলীৰ অধীনত এই পঞ্জী যুগুত কৰা হ’ব।

দেশৰ কোনো এলেকাত কমেও অন্তিম ছমাহধৰি বাস কৰা বা ঠাইখনত পৰৱৰ্তী ছমাহ বাস কৰিম বুলি থকা ভাৰতীয় নাগৰিককে “সাধাৰণ বাসিন্দা” বুলি ধৰা হ’ব বুলি বাতৰিত প্ৰকাশ।

ইয়াৰ পূৰ্বে ২০১০ চনত সংগৃ্হীত তথ্যৰে ২০১৫ চনত অন্তিমবাৰ এন পি আৰ উন্নীত কৰা হৈছিল।

কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কৈছে, এন পি আৰত সকলোকে সাঙুৰি লোৱা হ’ব আৰু ইয়াৰ বাবে কোনো “প্ৰমাণ” দেখুওৱাৰ প্ৰয়োজন নহ’ব।

চৰকাৰে কৈছে, চৰকাৰী আঁচনিত হিতাধিকাৰীক লক্ষ্য কৰি লোৱা আৰু দেশৰ “অভ্যন্তৰীণ নিৰাপত্তা”ৰ দিশৰ পৰা এন পি আৰ সুফলদায়ক হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd