• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত নিৰাপত্তাৰক্ষীৰ হাতত এন এছ চি এন-আৰ কেডাৰ আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 9:14 am
161
VIEWS
Share on FacebookShare on Twitter

নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা অভিযানত অৰুণাচলপ্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং অঞ্চলত এগৰাকী সক্ৰিয় এন এছ চি এন-আৰ কেডাৰ আটক হয়।

আটক হোৱা কেডাৰ গৰাকী বিদ্ৰোহী সংগঠনটোৰ মেজৰ চেংজং খিমহুন বুলি চিনাক্ত কৰা হৈছে।

ভাৰতীয়ে সেনা বাহিনী আৰু অৰুণাচল আৰক্ষীয়ে সফলভাৱে অভিযানটো চলায়।

বিশেষ সূত্রৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভাৰতীয় সেনা বাহিনী আৰু অৰুণাচল আৰক্ষীৰ এটা দলে জিলাখনত অভিযান চলাই আৰু এন এছ চি এন-আৰৰ দুৰ্ধৰ্ষ কেডাৰ গৰাকীক আটক কৰে।

বৰ্তমান অধিক তথ্যৰ বাবে আটক হোৱা বিদ্ৰোহী কেডাৰ গৰাকীক অৰুণাচল আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

অৰুণাচলপ্ৰদেশত বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে সুৰক্ষা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰ সীমান্তত সেনা বাহিনীয়ে চোকা নজৰ ৰাখিছে।

বিগত সময়ছোৱাতো সেনা বাহিনীয়ে অৰুণাচল-ম্যানমাৰ সীমান্তৰ পৰা ভালেসংখ্যক সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

Recent News

ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ দাবীক লৈ কি ক’লে কংগ্ৰেছ নেতা পৱন খেৰাই?

ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ দাবীক লৈ কি ক’লে কংগ্ৰেছ নেতা পৱন খেৰাই?

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

তাজমহল উৰুৱাই দিয়াৰ ভাবুকি! কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd