• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রতিবাদী কণ্ঠ স্তব্ধ কৰিবলৈকে ঐক্য সেনাৰ নেতাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ সংগঠনটোৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 25, 2019 10:04 am
IMG-20190824-WA0014

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি, অনিময়, শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই যেন এচামে সেই প্ৰতিবাদী কণ্ঠ বন্ধ কৰিব বিচাৰে।

জাতীয় দল-সংগঠনৰ নেতাৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈকে এনে সমাজ বিৰোধী চক্ৰৰ হাতত মৃত্যু পৰ্যন্ত হবলগীয়া হৈছে।

শিৱসাগৰতো তেনে এক প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উঠিছে।

উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ উঠি অহা যুৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন নেতা তথা ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাক বুধবাৰে ৰাতি ৰংঘৰ চাৰিআলিত চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা চলোৱা হয়।

তেওঁৰ লগত থকা সতীৰ্থৰ বাবে তেওঁৰ জীৱন ৰক্ষা পৰে।

ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটোক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

দুৰ্বৃত্ত মতিন আহমেদে কি কাৰণত ফৰিদ ইছলাম হাজৰিকাক হত্যাৰ চেষ্টা চলাইছিল সেই কথা প্ৰকাশ কৰা নাই।

ইফালে ঘটনাৰ সন্দৰ্ভত শনিবাৰে ঐক্য সেনা অসম, শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

চহৰৰ দ’লমুখ চাৰি আলিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহ বিভাগৰ প্ৰতিকৃতি দাহ কৰে।

ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ মুখ্য সম্পাদক জাকিৰ হুছেইনে ফৰিদ ইছলাম হাজৰিকাক হত্যাৰ চেষ্টা চলোৱা ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰাৰ লগতে অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি মন্তব্য কৰে।

আৰক্ষীৰ সঠিক তদন্তত সকলো কথা পোহৰলৈ আহিব বুলি মন্তব্য কৰি সংগঠনটোৱে ফৰিদ ইছলাম হাজৰিকাৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে ফৰিদ ইছলাম হাজৰিকাৰ নেতৃত্বত বহুকেইটা আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ঐক্য সেনাই।

হাজৰিকাই শিৱসাগৰৰ অবৈধ সুৰৰ বিৰুদ্ধে কৰা আন্দোলন, চহৰৰ অনাথ শিশুৰ আশ্ৰয়গৃহত সংঘটিত হোৱা যৌন কেলেংকাৰিৰ ঘটনা, কেব বিৰোধী আন্দোলনৰ লগতে আৰু বহু কেইটা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল।

এইবোৰ কাৰণতো হয়তো কোনো তৃতীয় পক্ষ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ঐক্য সেনাই।

উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ জনপ্ৰিয় নেতাজনে নিৰ্যাতিত, বঞ্চিত, শোষিত দৰিদ্ৰ জনতাৰ হকে মাত মতাৰ বাবেই জীৱনৰ নিৰাপত্তা নাইকিয়া হৈ গৈছে নেকি বুলি প্ৰশ্ন কৰিছে সচেতন মহলে।

এই ক্ষেত্ৰত আৰক্ষীৰ ভুমিকা লক্ষণীয় হৈ পৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd