• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওড়িশাত ৰে’লপথত আই ই ডি বিস্ফোৰণ! মাওবাদীৰ হাত থকাৰ সন্দেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 8:15 pm
ওড়িশাত ৰে’লপথত আই ই ডি বিস্ফোৰণ! মাওবাদীৰ হাত থকাৰ সন্দেহ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ সুন্দৰগড় জিলাৰ ঝাৰখণ্ড সীমান্তৰ সমীপৰ ৰেলপথত সংঘটিত হৈছে এক আই ই ডি (ইম্প্ৰ’ভাইজড এক্সপ্ল’চিভ ডিভাইচ) বিস্ফোৰণ। এই বিস্ফোৰণত এজন ৰে’লৱে শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনৰ নাম আতুৱা ওৰাম (৩৭), তেওঁ দক্ষিণ-পূব ৰে’লৱেৰ এজন ‘কী-মেন’ আছিল। ইফালে আহত শ্ৰমিক বুধুৱা মুণ্ডা (৩৫)ক ৰাউৰকেলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বিস্ফোৰণস্থলীৰ সমীপত মাওবাদীৰ পোষ্টাৰ উদ্ধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়ে এই বিস্ফোৰণৰ পিছত মাওবাদীৰ জড়িত থকাৰ সন্দেহ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ঘটনাটো সংঘটিত হৈছে দেওবাৰে পুৱা প্ৰায় ১০ বজাত, বিমলগড় শাখাৰ অন্তৰ্গত, ৰাউৰকেলাৰ পৰা ১১০ কিলোমিটাৰ দূৰৈৰ ৰেঞ্জাডা ষ্টেচনৰ সমীপৰ কৰমপদা-ৰেঞ্জাডা সংযোগী ৰে’লপথত। এইটো এটা লুপ লাইন হোৱাৰ বাবে যাত্ৰীবাহী ৰে’লৰ চলাচলত কোনো ব্যাঘাত ঘটা নাই, যদিও ৰ”লপথৰ এটা কংক্ৰিট স্লিপাৰৰ সামান্য ক্ষতি হৈছে বুলি সদৰী কৰিছে।

উল্লেখ্য যে বিস্ফোৰণস্থলী ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ মাওবাদীৰ দুৰ্গ হিচাপে পৰিচিত সাৰন্দা বনাঞ্চলৰ অন্তৰ্গত। আৰু এই বিস্ফোৰণ সংঘটিত হৈছে নিষিদ্ধ মাওবাদী সংগঠনৰ ২৮ জুলাইৰ পৰা ৩ আগষ্টলৈ পালন কৰা ‘শ্বহীদ সপ্তাহ’ৰ অন্তিম দিনটোতে।

এই ঘটনাৰ পূৰ্বে ২৭ মে’ত সাৰন্দাৰ বাঁকো বনাঞ্চলত মাওবাদীয়ে বিস্ফোৰকভৰ্তি এখন ট্ৰাক লুণ্ঠন কৰিছিল, আৰু ১৪ জুনত চিআৰপিএফৰ এজন সহকাৰী উপ-পৰিদৰ্শকৰ মৃত্যু হৈছিল এটা আই ই ডি বিস্ফোৰণত। শেহতীয়াকৈ ঝাৰখণ্ড আৰু ওড়িশাৰ নিৰাপত্তাৰক্ষী বাহিনীয়ে সাৰন্দা বনাঞ্চলত তালাচী চলাই ৩৫ লাখ টকা নগদ ধন উদ্ধাৰ কৰিছিল।ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই ঘটনাত শোক প্ৰকাশ কৰি নিহত আতুৱা ওৰামৰ পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd