• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজনিশা দিল্লীৰ পৰা জয়পুৰলৈ ডাইভাৰ্ট ইণ্ডিগো বিমান; ক্ষুব্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী যাত্ৰী ওমৰ আব্দুল্লা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 20, 2025 8:39 am
174
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক লৈ যোৱা দিল্লী অভিমুখী ইণ্ডিগো বিমানখন শনিবাৰে নিশা জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ওমৰে দিল্লী বিমানবন্দৰত ‘পৰিচালনা অপব্যৱস্থাপনা’ক তীব্ৰ সমালোচনা কৰে।

এক্সত গভীৰ নিশাৰ এক পোষ্টত মুখ্যমন্ত্ৰী আব্দুল্লাই এই ঘটনাক লৈ হতাশা প্ৰকাশ কৰে। অৱশ্যে ওমৰ আব্দুল্লাক কঢ়িয়াই অনা ইণ্ডিগো বিমানখনে পুৱতি নিশা ২ বজাত জয়পুৰৰ পৰা উৰা মাৰি দিল্লীত অৱতৰণ কৰে।

কিন্তু ইয়াৰ আগতে তেওঁ লিখিছিল যে দিল্লী বিমানবন্দৰত বহুত লেতেৰা আছিল। জম্মু এৰি যোৱাৰ ৩ ঘণ্টাৰ পিছত আমাক জয়পুৰলৈ ডাইভাৰ্ট কৰা হ’ল আৰু সেয়ে মই ১ বজাত বিমানৰ চিৰিত থিয় হৈ অলপ বিশুদ্ধ বতাহ লৈ আছো। ইয়াৰ পৰা আমি কিমান সময়ত যাম মই নাজানো।

ওমৰ আব্দুল্লাই বিশুদ্ধ বতাহৰ বাবে বিমানখনৰ পৰা নামি বিমানখনৰ চিৰিত থিয় হৈ চেলফিও শ্বেয়াৰ কৰে। মাজনিশাৰ পিছতো জয়পুৰত বিমানখনত আবদ্ধ হৈ থাকে মুখ্যমন্ত্ৰী আব্দুল্লাকে ধৰি বিমানখনৰ যাত্ৰীসকল। এই সন্দৰ্ভত ইণ্ডিগোৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

ইয়াৰ পূৰ্বে জম্মু বিমানবন্দৰতো বিশৃংখলতাৰ সাক্ষী হৈছিল য’ত শতাধিক যাত্ৰীয়ে বিমান পলম আৰু বাতিলৰ বাবে অসুবিধাৰ অভিযোগ উত্থাপন কৰিছিল। শ্ৰীনগৰৰ বেয়া বতৰৰ বাবে বিমানৰ কাম-কাজ ব্যাহত হৈ পৰে, যাৰ ফলত বহু সংযোগী বিমানৰ ওপৰতো প্ৰভাৱ পৰে।

Delhi airport is a bloody shit show (excuse my French but I’m in no mood to be polite). 3 hours in the air after we left Jammu we get diverted to Jaipur & so here I am at 1 in the morning on the steps of the plane getting some fresh air. I’ve no idea what time we will leave from… pic.twitter.com/RZ9ON2wV8E

— Omar Abdullah (@OmarAbdullah) April 19, 2025

শুকুৰবাৰে সন্ধিয়া এক্সত এটা পোষ্টত ইণ্ডিগ’ই ট্ৰেভেল এডভাইজাৰী জাৰি কৰে। বিমান সংস্থাটোৱে নিজৰ পৰামৰ্শত প্ৰকাশ কৰিছে যে শ্ৰীনগৰৰ বতৰৰ পৰিস্থিতিয়ে বিমান চলাচলত প্ৰভাৱ পেলাইছে। আমি বুজি পাওঁ যে ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ’ব পাৰে আৰু আমি আপোনাৰ ধৈৰ্য্যৰ শলাগ লৈছো। অনুগ্ৰহ কৰি আপোনাৰ বিমানৰ অৱস্থাৰ বিষয়ে ৰিয়েল টাইমত আপডেট হৈ থাকক।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd