• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশা দিল্লীৰ পৰা জয়পুৰলৈ ডাইভাৰ্ট ইণ্ডিগো বিমান; ক্ষুব্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী যাত্ৰী ওমৰ আব্দুল্লা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 20, 2025 8:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক লৈ যোৱা দিল্লী অভিমুখী ইণ্ডিগো বিমানখন শনিবাৰে নিশা জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ওমৰে দিল্লী বিমানবন্দৰত ‘পৰিচালনা অপব্যৱস্থাপনা’ক তীব্ৰ সমালোচনা কৰে।

এক্সত গভীৰ নিশাৰ এক পোষ্টত মুখ্যমন্ত্ৰী আব্দুল্লাই এই ঘটনাক লৈ হতাশা প্ৰকাশ কৰে। অৱশ্যে ওমৰ আব্দুল্লাক কঢ়িয়াই অনা ইণ্ডিগো বিমানখনে পুৱতি নিশা ২ বজাত জয়পুৰৰ পৰা উৰা মাৰি দিল্লীত অৱতৰণ কৰে।

Apply Now

কিন্তু ইয়াৰ আগতে তেওঁ লিখিছিল যে দিল্লী বিমানবন্দৰত বহুত লেতেৰা আছিল। জম্মু এৰি যোৱাৰ ৩ ঘণ্টাৰ পিছত আমাক জয়পুৰলৈ ডাইভাৰ্ট কৰা হ’ল আৰু সেয়ে মই ১ বজাত বিমানৰ চিৰিত থিয় হৈ অলপ বিশুদ্ধ বতাহ লৈ আছো। ইয়াৰ পৰা আমি কিমান সময়ত যাম মই নাজানো।

ওমৰ আব্দুল্লাই বিশুদ্ধ বতাহৰ বাবে বিমানখনৰ পৰা নামি বিমানখনৰ চিৰিত থিয় হৈ চেলফিও শ্বেয়াৰ কৰে। মাজনিশাৰ পিছতো জয়পুৰত বিমানখনত আবদ্ধ হৈ থাকে মুখ্যমন্ত্ৰী আব্দুল্লাকে ধৰি বিমানখনৰ যাত্ৰীসকল। এই সন্দৰ্ভত ইণ্ডিগোৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

ইয়াৰ পূৰ্বে জম্মু বিমানবন্দৰতো বিশৃংখলতাৰ সাক্ষী হৈছিল য’ত শতাধিক যাত্ৰীয়ে বিমান পলম আৰু বাতিলৰ বাবে অসুবিধাৰ অভিযোগ উত্থাপন কৰিছিল। শ্ৰীনগৰৰ বেয়া বতৰৰ বাবে বিমানৰ কাম-কাজ ব্যাহত হৈ পৰে, যাৰ ফলত বহু সংযোগী বিমানৰ ওপৰতো প্ৰভাৱ পৰে।

Delhi airport is a bloody shit show (excuse my French but I’m in no mood to be polite). 3 hours in the air after we left Jammu we get diverted to Jaipur & so here I am at 1 in the morning on the steps of the plane getting some fresh air. I’ve no idea what time we will leave from… pic.twitter.com/RZ9ON2wV8E

— Omar Abdullah (@OmarAbdullah) April 19, 2025

শুকুৰবাৰে সন্ধিয়া এক্সত এটা পোষ্টত ইণ্ডিগ’ই ট্ৰেভেল এডভাইজাৰী জাৰি কৰে। বিমান সংস্থাটোৱে নিজৰ পৰামৰ্শত প্ৰকাশ কৰিছে যে শ্ৰীনগৰৰ বতৰৰ পৰিস্থিতিয়ে বিমান চলাচলত প্ৰভাৱ পেলাইছে। আমি বুজি পাওঁ যে ইয়াৰ ফলত অসুবিধাৰ সৃষ্টি হ’ব পাৰে আৰু আমি আপোনাৰ ধৈৰ্য্যৰ শলাগ লৈছো। অনুগ্ৰহ কৰি আপোনাৰ বিমানৰ অৱস্থাৰ বিষয়ে ৰিয়েল টাইমত আপডেট হৈ থাকক।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd