• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্য্যকালৰ কিদৰে মূল্যায়ন কৰিলে ৰিপুন বৰাই?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 7, 2022 5:21 pm
184
VIEWS
Share on FacebookShare on Twitter

অহা ১০ মে’ৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হ’ব।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্য্যকালৰ মূল্যায়ন কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই।

এটা বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিফল বুলি দাবী কৰি ৰিপুন বৰাই কয় “চৰকাৰে বিৰাট জাকজমকতাৰে প্ৰথম বৰ্ষপূৰ্তিৰ আয়োজন কৰিছে৷ ৰাইজে খাবলৈ পোৱা নাই৷ মন্ত্ৰীসকলে কাজিৰঙাৰ বিলাসী হোটেলত গৈ খাইছেগৈ৷ বৰ্তমান চৰকাৰখনে ৰাইজক কি সফলতাৰ কথা ক’ব? যি মূলা বাঢ়ে তাৰ দুপাততে চিন৷ এটা বছৰতে দেখা গ’ল চৰকাৰখনে কি কৰিব”।

“এটা বছৰতে ৰাজ্যৰ অৰ্থনীতি বিধ্বস্ত কৰিছে৷ এনে হ’লে শ্ৰীলংকাতকৈ আমাৰ অৱস্থা বেয়া হ’ব”। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক কটাক্ষ কৰি এইদৰে কয় ৰিপুন বৰাই।

তেওঁ লগতে কয় “চৰকাৰে ঋণৰ পিচত ঋন ধাৰৰ পিচত ধাৰ ল’ব লগাত পৰিছে৷ সোণোৱালৰ পৰা বৰ্তমানলৈ ১ লাখ ৮ হাজাৰ কোটি টকা অসমৰ ঋণ হ’ল৷ ইয়াৰ বাহিৰেও কেন্দ্ৰই ১৬ হাজাৰ কোটি টকাৰ ঋণ দিয়াৰ কথা কৈছে৷ চৰকাৰে ঋণৰ সুদ দিওতেই যাব৷ উন্নতি ক’ৰ পৰা হ’ব৷ চৰকাৰে কি বৰ্ষপূৰ্তি পাতিব?”

ইপিনে, বাৰিষা অহাৰ পাছতো মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি দাবী কৰি তেওঁ লগতে কয় “কাৰণ ১৭ হাজাৰ কোটি টকা ঠিকাদাৰসকলক দিব আছে৷ ঠিকাদাৰক টকা নিদিলে সকলো উন্নয়নমূলক কাম বন্ধ হৈ যাব। ভিজন ডকুমেণ্টত অসমক বানমুক্ত কৰিম বুলি কৈছিল৷ বান মুক্ত কৰিবৰ বাবে চৰকাৰ খনে কি কি কাম কৰিলে”?

মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত প্ৰতিবাদ কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰি লগতে কয় “ ১৯৬৯ ৰ পৰা আমি বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আহিছিলো৷ মোদী চৰকাৰে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ ফলত ৯ হাজাৰ কোটি টকা হেৰুৱালো৷ অহা জুন মাহৰ পৰা GSTৰ ক্ষতিপূৰণ দিয়া বন্ধ কৰাৰ কথা কৈছে৷

ইয়াৰোপৰি, অসম খনক অৰ্থনৈতিক সংকটৰ ফালে লৈ গৈছে বুলি দাবী কৰি বৰাই আৰু কয় “সকলো ৰাজ্যৰ তুলনাত অসমৰ জনমুৰি আয় সকলোতকৈ তলত৷ ১ লাখ ৫ হাজাৰ ৪৫৪ টকা অসমৰ জনমূৰী আয়৷ ত্ৰিপুৰাৰ জনমূৰী আয়ো আমাতকৈ বেছি৷

ইপিনে, শপত গ্ৰহণৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই এবছৰৰ ভিতৰত ১ লাখ নিযুক্তি গণি গণি দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি বৰাই লগতে কয় “এনে কথা কোৱাত মুখ্যমন্ত্ৰী খুবেই পাকৈত। তেওঁ গণি গণি ক’ব পাৰিবনে কিমান চাকৰি দিলে? তেওঁ মাত্ৰ ১১৫৭টা চাকৰিহে দিছে”৷

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd