• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখত অজস্ৰ ফুটা : এসময়ত বলিউডৰ চেলিব্ৰেটি আজি পথৰ চাহ দোকানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 1:56 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

কাশী সাহা বা ডান্সাৰ কাশী বুলি ক’লে তেওঁক সকলোৱে চিনি পায়। তেওঁক এবাৰ যি লগ পাই বা দেখে সি তেঁওক কেতিয়াও পাহৰিব নোৱাৰে। কাৰণ তেওঁৰ মুখাৱয়ব আনৰ দৰে নহয়। তেওঁ দেখিবলৈ আনতকৈ পৃথক।

কিয়নো মুখমণ্ডলত অজস্ৰ ফুটা কৰি তেওঁ পিন্ধি লৈছে বিভিন্ন ৰকমৰ ফুলি আৰু লকেট।  দুটা ভ্ৰু, নাক, ওঁঠ, গালৰ ক’তো খালী নাই। সকলোতে মাথো ওলমি আছে লকেট। লকেটৰ ওজনত কাণ দুখন প্ৰায় দোঁ খাই গৈছে। 

এসময়ত বলীউড-টলিউডৰ চিনাকি মুখ আছিল কাশী সাহা। তেখেতৰ আচল নাম কাৰ্তিক চন্দ্ৰ সাহা. কিন্তু স্থানীয় লোকে তেওঁক ‘কাশী’ বুলিয়েই চিনি পায়।

কাশীয়ে নিজকে এগৰাকী নৃত্যশিল্পী, যুঁজাৰু আৰু অভিনেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। এসময়ত তেওঁ বলীউডৰ ছবিত খলনায়ক হিচাপে অতি জনপ্ৰিয় আছিল। জয়াপ্ৰদাৰ দৰে অভিনেত্ৰীৰ সৈতেও অভিনয় কৰিছিল কাশীয়ে। 

সেই দিনবোৰ শেষ হৈ গ’ল যদিও কাশী সাহা পৰ্দাৰ ‘খলনায়ক’ হিচাপে আজিও হাবৰাবাসীৰ মাজত জনপ্ৰিয়। সময়ৰ পাকচক্ৰত পৰি একালৰ বলিউডৰ জনপ্ৰিয় অভিনেতা কাশী আজি পথৰ কাষৰ চাহ দোকানী।

পৰিয়াল চলাবলৈ তেওঁ চাহৰ দোকান এখনৰ ওপৰত নিৰ্ভৰ কৰে। কাশীয়ে ক্ৰেতাক আকৰ্ষিত কৰাৰ বাবে মুখমণ্ডল ফুটা কৰি ১০০ৰো অধিক লকেট পিন্ধি লৈছে। 

হাবৰা মানুহ কাশীক এনেকৈ দেখাত অভ্যস্ত। সৰুৰে পৰা নৃত্যৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। তাৰপিছত ষ্টানমেন আৰু ফাইটাৰ হিচাপেও কাম কৰিছিল কাশীয়েল। কেইবাখনো হিন্দী ছবিত খলনায়ক হিচাপে অভিনয় কৰিছে কাশীয়ে। ধাৰাবাহিকতো কাম কৰিছিল কাশীয়ে।

কিন্তু আজি উদ্যোগটোৱে কাশীক পাহৰি গৈছে। 

উল্লেখ্য যে দৰ্শকৰ বাবে কাশী ‘খলনায়ক’  যদিও নিজৰ পুত্ৰৰ বাবে কাশী সদায় ‘নায়ক’। হাইস্কুলত উত্তীৰ্ণ পুত্ৰক নৃত্য আৰু কাৰাটে শিকাইছে কাশীয়ে। কাশীয়ে পুত্ৰৰ চকুৰে সপোন দেখিছে। পুত্ৰক এগৰাকী সফল ফাইটাৰ আৰু নৃত্যশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছে কাশীয়ে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd