• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়োজন হ’লে আমাৰ সেনাবাহিনীয়ে যুদ্ধ কৰিব; সীমা বিবাদক লৈ ভাৰতক ভাবুকি নেপালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2020 9:19 am
নেপালৰ উপ-প্ৰধান মন্ত্ৰী

নেপালৰ উপ-প্ৰধান মন্ত্ৰী

34.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৈতে চলি থকা নেপালৰ শেহতীয়া সীমা বিবাদ সন্দৰ্ভত পুনৰ আক্ৰমণাত্মক মত ব্যক্ত কৰিছে নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে।

নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে প্ৰয়োজনত নেপালৰ সেনা বাহিনীয়ে যুদ্ধৰ বাবে সাজু বুলি ভাৰতক প্ৰত্যাহ্বান জনায়।

‘’আমাৰ সেনাবাহিনীৰ সক্ষমতা, একতা আৰু দায়বদ্ধতা সম্পৰ্কত আমাৰ সম্পুৰ্ণ বিশ্বাস আছে,’’ পোখৰেলে কয়।

নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্য্য নিৰ্বাহ কৰি আছে।

উল্লেখযোগ্য যে, নেপালে শেহতীয়াভাৱে মুকলি কৰা দেশখনৰ মানচিত্ৰত লিপুলেখ, কালাপানী আৰু লিমপিয়াধুৰা আদি ভাৰতীয় ভূখণ্ডক নেপালৰ ভূখণ্ড বুলি দাবী কৰিছে।

ইয়াৰ পূৰ্বেও নেপালৰ প্ৰধান মন্ত্ৰীয়ে নেপালত ভাৰতীয় লোকৰ দ্বাৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল।

ভাৰতৰ বিৰুদ্ধে নেপাল চৰকাৰে গ্ৰহণ কৰা আক্ৰমণাত্মক স্থিতিৰ বিপৰীতে এতিয়ালৈ ভাৰতে দেশখনক কোনোধৰণৰ উত্তৰ দিয়া নায়।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰই নেপালৰ সৈতে সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি মত প্ৰকাশ কৰিছিল।

Recent News

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd