• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, এজন জোৱান নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2021 11:18 am
Indian-Army-launches
186
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাজ্য খনৰ আপাৰ চিয়াং জিলাত সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন পাহাৰৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত এজন জোৱানৰ মৃত্যু ঘটাৰ লগতে ১০ জন জোৱান গুৰুতৰ ভাবে আহত হয় ।

আহতসকলৰ ভিতৰৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে বাহন খনে মিগিঙৰ সেনা শিৱিৰৰ পৰা টুটিঙৰ সেনা শিৱিৰলৈ গৈ আছিল।

পাংগ’ আৰু টুটিঙৰ পাহাৰীয়া অঞ্চলৰ মাজত সেনাৰ বাহন খন দ’ খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত চতুৰ্থ শিখ লাইট ইনফ্ৰেণ্টিৰ এজন জোৱানৰ থিতাতে মৃত্যু ঘটে। আহত জোৱান কেইজনক হেলিকপ্তাৰেৰে উদ্ধাৰ কৰি এজনক তিনিচুকীয়া জিলাৰ দিনজান সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বাকী তিনি জন জোৱানক গুৱাহাটীৰ সেনা চিকিৎসালয়লৈ অনা হৈছে।

Recent News

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

ভণ্ড বাবা! নাবালিকাক অপহৰণ কৰি ধ*ৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ সন্ন্যাসী

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd