• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগ্নিগৰ্ভ মেঘালয়; দুৰ্বৃত্তৰ আক্ৰমণত আৰু এজন নিহত, শ্বিলঙত অনিৰ্দিষ্টকালীন সান্ধ্য আইন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2020 12:29 pm
KSU-story-1-1140x570

শ্বেলাৰ হিংসাত্মক ঘটনাৰ পাছত পৰিস্থিতি। ফটো: নৰ্থইষ্ট নাও

23.2k
VIEWS
Share on FacebookShare on Twitter

দুটা ফৈদৰ মাজত আৰম্ভ হোৱা সংৰ্ঘষৰ পাছত অগ্নিগৰ্ভ হৈ পৰা মেঘালয়ৰ পৰিস্থিতি এতিয়াও আতংকময় হৈ আছে।

শ্বেলা আৰক্ষী থানাৰ পৰা পোৱা খৱৰ অনুসৰি দেওবাৰে পুৱা পিৰকান গাঁৱৰ বি লিণ্ডাইৰ স্বামী আপহাস উদ্দিন(৩৭)ক প্ৰায় তিনিজনমান অচিনাক্ত দুৰ্বৃত্তই পিৰকান গাঁৱৰ ঘৰতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

তেওঁক খামাটিৰ হাস্পাতললৈ লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ইপিনে, শনিবাৰে নিশাৰ ভাগত প্ৰায় ৯-৩০ বজাত একাংশ অচিনাক্ত দুৰ্বৃত্তই শ্বিলঙৰ পিন্থ’ৰবাহ ব্লক -৪’ত লক্ষ্মী বৰেহৰ বাসগৃহৰ চৌহদত পেট্ৰ’ল বোমা নিক্ষেপ কৰে।

অৱশ্যে, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বা বিশেষ ক্ষতি হোৱা নাই।

ইপিনে দেওবাৰে পুৱতি নিশা প্ৰায় ১২ৰ পৰা ১ বজাৰ ভিতৰত মৌচিনৰামৰ মাউথাবাহত শনিবাৰে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত বলি হোৱা এজন লোকক নেইগ্ৰীমছত ভৰ্তি কৰোৱা হয়।

আক্ৰমণৰ বলি হোৱা লোকজন (৩১) পশ্চিম গাৰো পাহাৰপৰ ফুলবাৰীৰ আক্ৰামুল জামানৰ পুত্ৰ ৰাজুৱা কৰিম আৰু তেওঁ বৰ্তমান মেঘালয় বেচিন ডেভেলপমেন্ট এজেন্সিত কাম কৰে।

যোৱা ৬ বছৰ ধৰি তেওঁ মদনৰ্টিঙৰ শ্বলাডত বাস কৰি আছে।

নংপ’ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, দেওবাৰে পুৱতি নিশা প্ৰায় ৩-১৫ বজাত ৰি-ভইৰ উমট্ৰ’ত থকা একাংশ অজনজাতীয় কাঠমিস্ত্ৰী দুখন বাছত অহা স্থানীয় যুৱকৰ ভয়ত বনাঞ্চললৈ পলাই যায়।

ৰি-ভইৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে তেওঁলোকে পাছত ঘৰলৈ ঘুৰি আহে।

আনহাতে, অশান্ত জৰ্জৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি প্ৰশাসনে শ্বিলঙত দেওবাৰে পুৱা ৮ বজাৰ পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে।

Recent News

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd