• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড: ডিঙি কাটি পেলাই থৈ গ’ল এজনক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 11, 2022 9:47 am
267
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত আইন-শৃংখলা পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে।

কালি এমট্ৰ’নৰ এজন কৰ্মচাৰীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছত আজি পুনৰ আন এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

এইবাৰ গুৱাহাটীৰ বামুণীমৈদামৰ শীতলাবাৰী এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক।

মৃত লোকজনৰ নাম কাজল চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে।

দেওবাৰৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল লোকজন।

পুত্ৰৰ ভাষ্য অনুসৰি দুপৰীয়া ২ বজাত পুত্ৰলৈ ফোন কৰিছিল।

কিন্তু ব্যস্ত থকাৰ বাবে তেওঁ কথা পাতিব পৰা নাছিল।

নিশা ১০ বজাত শেষ বাৰৰ বাবে পত্নীৰ সৈতে কথা পাতিছিলে কাজল চন্দ্ৰ দাসে।

আৰক্ষীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Recent News

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

মহানগৰীৰ গান্ধীবস্তিত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলিল কেইবাটাও বাসগৃহ !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd