• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাজিৰাত অ’ এন জি চি অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসূচী

শিৱসাগৰ জিলা গণ সংগঠন সমূহৰ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত নিগমৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভেৰে তীব্ৰ প্ৰতিবাদ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 30, 2024 2:36 pm
106
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অন্যতম  মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বিগত সহায়ত অসমৰ বহু কেইটা দল সংগঠন প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈকে কিন্তু অ’ এন জি চি যে কোনো গুৰুত্ব নিদিয়া  আজি পুনৰ শিৱসাগৰ জিলা গণ সংগঠন সমূহৰ যৌথ সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা O N G C ৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী  ৰূপায়ন কৰে ।

১৯৯১ চনৰ পৰা বৰ্তমানলৈকে ONGC তেওঁলোকৰ ৰিগ সমূহ লগতে কৰ্মচাৰী কৰ্তন কৰি বহিৰাজ্যৰ বনিয়াৰ হাতত গতাই দি মুনাফা লাভ কৰি আছে আৰু দিনক দিনে নাজিৰাস্থিত মুখ্য কাৰ্য্যালয় পৰা বহু কেইটা বিভাগ বহিৰাজ্যলৈ নিয়া কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ লগতে নিগমৰ অসম সম্পদত খালী থকা ৯ হাজাৰৰোধিক খালি পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, নাজিৰা আৰু শিৱসাগৰ নগৰক শীঘ্ৰে তৈল নগৰী হিচাপে ঘোষণা কৰা আদি দাবীৰ ভিত্তিত আজি যৌথ সংগ্ৰামী মঞ্চৰ শতাধিক পুৰুষ – মহিলাই অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰি তোলে নিগমৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ত চৌহদ ।

Recent News

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

ওড়িশাত গো সৰ্বৰাহৰ মিচা অভিযোগত দুজন দলিত ব্যাক্তিৰ ওপৰত নিৰ্যাতন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

বাল্যবিবাহৰ বিৰুদ্ধে বিশেষ পদক্ষেপ: জিলা শিশু সুৰক্ষা বিষয়াৰ পদবী বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া হিচাপে পৰিৱৰ্তন

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

পকা আমৰ লাচী বনোৱাৰ সহজ ৰেচিপি, পঢ়ক সবিশেষ…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd