• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭জন বিদ্যাৰ্থীক আইআইটিত নাম ভৰ্তিৰ বাছনিৰে অ’এন জি চি ছুপাৰ ৩০ৰ সাফল্য

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
August 24, 2018 7:52 pm
ONGC-Super-30-batch-2017-18-750x430

দ্য শ্বিলং টাইমছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অ’এনজিচি ছুপাৰ ৩০, শিৱসাগৰে ২০১৭-১৮ শৈক্ষিক বৰ্ষত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৭ জন আৰ্থিকভাৱে পিছপৰা তথা মেধাবী বিদ্যাৰ্থীৰ নাম ভৰ্তিৰ বাছনিৰে পুনৰবাৰ সফলতা সুনিশ্চিত কৰিছে। অ’এনজিচি ছুপাৰ ৩০ৰ মুঠ ৩০ জন বিদ্যাৰ্থীৰ ভিতৰত ৭ জনৰ আইআইটিত নাম ভৰ্তিৰ বাবে বাছনি হোৱাৰ উপৰিও, ৬জন এনআইটি, শিলচৰ, ৬জন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী, এজন আইআইআইটি, গোৱালিয়ৰ, এজন আইআইআইটি, কলকাতা, এজন  যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, ৩জন তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য কেইবাজনকো বিভিন্ন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়লৈ সফলতাৰে নামভৰ্তিৰ বাবে বাছনি হয়৷

আইআইটিত নাম ভৰ্তিৰ বাবে বাছনি হোৱা ৭জন বিদ্যাৰ্থী হৈছে অভিজিত কুমাৰ দাস, (আইআইটি ভুৱনেশ্বৰ) বাবুল পেগু, (আইআইটি খড়গপুৰ), বিপ্লব দাস (আইআইটি যোধপুৰ), হেমাংগ সোণোৱাল (আইআইটি কানপুৰ), ৰাজেশ সৰকাৰ (আইআইটি গুৱাহাটী), সন্দীপ কুমাৰ ৰয় আৰু  ত্ৰিনয়ন দাস (আইআইটি গুৱাহাটী)।

৫ বছৰৰ পূৰ্বে, ২০১৩ চনত অ’এনজিচিয়ে নতুন দিল্লীৰ চিএচআৰএলৰ (Centre for Social Responsibility & Leadership)  সহযোগত শিৱসাগৰত শুভাৰম্ভ কৰা অ’এনজিচি ছুপাৰ ৩০ এক সম্পূৰ্ণৰূপে আবাসিক প্ৰশিক্ষণ কেন্দ্ৰ, য’ত প্ৰতিবছৰে আৰ্থিকভাবে পিছপৰা ৩০ জন মেধাবী বিদ্যাৰ্থীক বাছনি কৰি আইআইটি – জেইই আৰু অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে ১১ মহীয়া সম্পূৰ্ণ বিনামুলীয়া প্ৰশিক্ষণ দিয়া হয়।

এই প্ৰশিক্ষণৰ অন্তৰ্গত অ’এনজিচিয়ে প্ৰশিক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামুলীয়াকৈ থকা, খোৱা, চিকিৎসা আৰু ক’চিঙৰ সুবিধা প্ৰদান কৰি বিদ্যাৰ্থীসকলৰ মনোযোগ কেৱল জেইই এডভান্সড পৰীক্ষাত সফলতা প্ৰাপ্তিত কেন্দ্ৰীভূত কৰাৰ ব্যৱস্থা কৰে। বিদ্যাৰ্থীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শ্ৰেণীকোঠাত নিয়মীয়া পৰীক্ষা, ম’ক টেষ্ট আৰু প্ৰদৰ্শন মূল্যাংকনৰ মাধ্যমেৰে শৈক্ষিক সহায় প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বিগত কেউটা বছৰত বহুতো বিদ্যাৰ্থী আইআইটিৰ লগতে অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ বিভিন্ন অভিযান্ত্ৰিক পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে অ’এনজিচি ছুপাৰ ৩০ৰ পৰা বাছনি হৈছে ।

২০১৭-১৮ বৰ্ষৰ অ’এনজিচি ছুপাৰ ৩০ হৈছে চতুৰ্থটো চাম। বিভিন্ন লিখিত বাছনি পৰীক্ষা আৰু সাক্ষাৎকাৰৰ যোগেদি বিদ্যালয়সমূহৰ পৰা এই প্ৰশিক্ষাৰ্থীসকলক বাছনি কৰা হয়। ছুপাৰ ৩০ ৰ ২০১৭-১৮ শৈক্ষিক বৰ্ষ ২০১৭ ত আৰম্ভ কৰি জেইই এডভান্সড পৰীক্ষাৰ সামৰণিলৈকে চলাই থকা হয়।

অ’এনজিচিৰ কাৰ্যবাহী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছডি মাছকে সকলো বিদ্যাৰ্থীক শুভেচ্ছা আৰু অভিনন্দন জনাই কয় যে অ’এনজিচি ছুপাৰ ৩০য়ে  দায়িত্বশীল ক’ৰ্প’ৰেট নাগৰিক হিচাপে  সমাজৰ আৰ্থিভাৱে পিছপৰা তথা মেধাবী আৰু সুযোগ বঞ্চিত বিদ্যাৰ্থীসকলক সহায় কৰাৰ এক বিনম্ৰ প্ৰয়াস কৰিছে যাতে তেওঁলোকেও আইআইটি- জেইইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত ভাগ লৈ সফলতা অর্জন কৰিব পাৰে। তেখেতে লগতে কয় যে অ’এনজিচি ছুপাৰ ৩০ ৰ সফলতাই স্পষ্টভাৱে দোহাৰে যে অসম, বিশেষকৈ অ’এনজিচি অসম সম্পদৰ প্ৰচালন ক্ষেত্ৰসমূহৰ বিদ্যাৰ্থীসকলো দেশৰ শ্ৰেষ্ঠ বিদ্যাৰ্থীসকলৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ সম্পূৰ্ণৰূপে সক্ষম। মাথোঁ এই মেধাবী বিদ্যাৰ্থী সকলক এখন উচিত মঞ্চ, মাৰ্গদর্শন তথা উৎসাহ যুগুৱাটোহে অতি গুৰুত্বপূৰ্ণ।

সকলো বিদ্যাৰ্থীয়ে অ’এনজিচিৰ এই প্ৰচেষ্টাৰ বাবে নিগমক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে অ’এনজিচিৰ বাবেই তেওঁলোকৰ এই সফলতা আৰু এই সপোন দিঠকলৈ পৰিণত কৰাটো সম্ভৱ হ’ল।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd