• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনলাইন ব্যৱসায়ে মাধমাৰ শোধাইছে স্থায়ী ব্যৱসায়ীসকলৰ মূৰত, পূজাৰ বতৰতো নাই গ্ৰাহক

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
October 9, 2021 4:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূজাৰ বতৰত স্বাভাৱিকতে দেখা যায় বস্ত্ৰৰ বিপনী সমূহত গ্ৰাহকৰ ভিৰ।

কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে বস্ত্ৰৰ বিপনীসমূহত  গ্ৰাহকৰ ভিৰ হ্ৰাস পাইছে ।

ফলত স্থায়ী বস্ত্ৰৰ ব্যৱসায়ীসকলে মূৰে কপালে হাত দিব লগা হৈছে।

উৎসৱ বুলিলে স্বাভাৱিকতে বস্ত্ৰ ব্যৱসায়ীসকলে অন্যান্য সময়ৰ তুলনাত অধিক বস্ত্ৰ বিক্ৰী কৰিবলৈ সক্ষম হয় ,কিন্তু বৰ্তমান দেশৰ পৰিস্থিতি তথা অনলাইন শ্বপিঙে বিশেষকৈ এই পূজাৰ সময়তো বস্ত্ৰ ব্যৱসায়ী সকললৈ দুৰ্যোগ নমাই আনিছে।

অতি সম্প্ৰতি স্থায়ী ব্যৱসায়ীৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰাতকৈ নিজৰ পছন্দৰ সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰি সুলভ মূল্যত ক্ৰয়ৰ প্ৰৱণতা বৃদ্ধি পাইছে ।

এই ক্ষেত্ৰত নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ  অন লাইন শ্বপিংৰ প্ৰতি অধিক আকৰ্ষিত হোৱাত মাধমাৰ পৰিছে পৰম্পৰাগত স্থায়ী ব্যৱসায়ী সকলৰ ওপৰত।

ইপিনে সামগ্ৰীৰ মূল্য কম হোৱাৰ উপৰি ঘৰতে সামগ্ৰী পদ পোৱাৰ সুযোগ লাভ কৰাৰ বাবে অনলাইন শ্বপিংৰ প্ৰতি অধিকাংশৰ আকৰ্ষণ বৃদ্ধি পোৱাত আজি পূজাৰ সময়তো অনলাইনত ক্ৰয় কৰা সামগ্ৰী বিতৰণ কেন্দ্ৰত গ্ৰাহকে অৰ্ডাৰ দিয়া এটা দিনৰ সামগ্ৰীৰ দ’ম আৰু এই সামগ্ৰী সমূহ গ্ৰাহকৰ কাষলৈ নিবৰ বাবে সমবেত হোৱা বিতৰকৰ ভিৰ।

ইয়াৰ বিপৰীতে পৰম্পৰাগত সামগ্ৰী আৰু বস্ত্ৰৰ দোকানত গ্ৰাহকৰ সেৰেঙা উপস্থিতি পূজাৰ সময়তো।

অৱশ্যে এই অনলাইন শ্বপিং ব্যৱস্থাত স্থানীয় বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন হৈছে।

হয়, এই ব্যৱস্থা অতিকৈ ইতিবাচক যদিও এনেদৰে চলি থাকিলে স্থানীয় স্থায়ী বস্ত্ৰ ব্যৱসায়ীসকলৰ ভৱিষ্যত কোন দিশে গতি কৰিব সেয়া সময়ত লক্ষ্যণীয় হ’ব।

নিৰ্মলেন্দু পাঠক, টীয়ক

নিৰ্মলেন্দু পাঠক, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm
এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

September 16, 2025 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd