• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হ’ব অনলাইন লেনদেন নকৰা ডেবিট/ ক্ৰেডিট কাৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2020 2:33 pm
debit-cards
34.3k
VIEWS
Share on FacebookShare on Twitter

অহা ১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হৈ পৰিব লাখ-লাখ ডেবিট আৰু ক্ৰেডিট কাৰ্ড। ইয়াৰ পিছৰে পৰা এই কাৰ্ডসমূহৰ জৰিয়তে কোনোধৰণৰ অনলাইন লেনদেন কৰিব নোৱাৰিব।

এতিয়া সকলোৰে মনত এটা প্ৰশ্নৰ উদয় হৈছে যে কিয় এই কাৰ্ডসমূহ নিস্ক্ৰিয় কৰিব বিচাৰিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া নিয়ম অনুসৰি যি বিলাক ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে অনলাইন লেনদেন কেতিয়াও হোৱা নাই সেই কাৰ্ডসমূহ ১৬ মাৰ্চৰ পৰা নিস্ক্ৰিয় হৈ পৰিব।

এই নিৰ্দেশনা পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট ২০০৭ৰ ধাৰা ১০(২)ৰ অধীনত জাৰি কৰা হৈছে।

যদি আপুনি এই পৰ্যন্ত ক্ৰেডিট বা ডেবিট কাৰ্ডেৰে অনলাইন লেনদেন কৰা নাই তেন্তে ১৬ মাৰ্চৰ ভিতৰত যিকোনো অনলাইন লেনদেন কৰক, অন্যথা আপোনাৰ ক্ৰেডিট বা ডেবিট কাৰ্ডখন নিস্ক্ৰিয় হৈ পৰিব।

অনলাইন লেন দেনৰ কেইটামান উদাহৰণ- অনলাইন যোগে গ্লোছাৰি কিনা, ডেবিট/ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি মোবাইল ৱালেট(পেটিএম, ফোনপে আদি)ত পেমেণ্ট কৰা, অনলাইন শ্বপিং, ট্ৰেইন টিকট, চিনেমা টিকট বুকিং আদি।

পেট্ৰ’ল, ডিজেল আদিৰ দৰে অন্য সামগ্ৰী ক্ৰয় কৰোতে ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰাতো অনলাইন লেনদেন বুলি ধৰা নহয়।

কাৰ্ডৰ অপব্যৱহাৰ হোৱাৰ পৰা ৰক্ষা কৰা আৰু অনলাইন লেনদেনৰ প্ৰতি গ্ৰাহকসকলক উৎসাহিত কৰাৰ স্বাৰ্থতেই ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু অন্যধৰণৰ লেনদেন চলি থাকিব। উদাহৰণ হিচাপে- বিপণীত বস্তু ক্ৰয়, পেট্ৰ’ল পাম্প আদি।

উল্লেখ্য যে ভাৰতত এনে বহু লোক আছে যিয়ে আজি পৰ্যন্ত নিজৰ নিজৰ ডেবিট বা ক্ৰেডিট কাৰ্ডখন অনলাইন লেনদেনত ব্যৱহাৰ কৰা নাই।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd