• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ মাত্ৰ ২০ শতাংশকহে অক্সিজেনৰ সহায়ৰ প্ৰয়োজন হৈছে : চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 10:16 pm
Luv Agrawal

লাভ আগৰৱাল

857
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শেহতীয়া স্থিতি সম্বন্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে তথ্য দাঙি ধৰি ভাৰতত ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা যদিও বৃদ্ধি পাইছে কিন্তু ইয়াৰ ভিতৰত মাত্ৰ ২০ শতাংশ ব্যক্তিয়েহে সংকটজনক অৱস্থাত অক্সিজেন ল’বলগীয়া হৈছে বুলি উল্লেখ কৰে।

‘‘চৰকাৰে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰস্তুতি সম্পুৰ্ণ কৰিছে আৰু জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই,’’ আগৰৱালে সংবাদমেল সম্বোধন কৰি কয়।

আনহাতে, চীন, জাপান আৰু দক্ষিণ কোৰিয়াত পুনৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱা বিষয় সন্দৰ্ভত ভাৰতেও পৰ্যালোচনা অব্যাহত ৰাখিছে বুলি লাভ আগৰৱালে কয়।

আগৰৱালে দেশৰ সকলো জনসাধাৰণক এতিয়া মানি চলাৰ দৰে সামাজিক দূৰত্ব আৰু ক’ৰ’না প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰি থাকিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছত ৮৫০০ কৈ অধিক লোক আক্ৰান্ত হৈছে আৰু দুশৰো অধিক লোক ভাইৰাছৰ সংক্ৰমণৰ বাবে মৃত্যু মুখত পৰিছে।

অসমত এতিয়ালৈ ২৯ গৰাকী ক’ৰ’না প’জিটিভ ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ ভিতৰত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ গৰাকী ব্যক্তি সুস্থ হৈ উঠিছে।

Tags: COVID-19

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd