• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুঁজিপতিলৈ কোটি কোটি, কিন্তু মন্দিৰৰ দানপাত্ৰত মোদীয়ে দিয়া খামত ওলাল মাত্র ২১ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2023 10:29 am
14.8k
VIEWS
Share on FacebookShare on Twitter

নিজকে সনাতন ধৰ্মৰ ভক্ত বুলি দাবী কৰি অনবৰতে হিন্দুৰ সুৰক্ষা কথা কোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুঁজিপতিলৈ কোটি কোটি টকা আগবঢ়াই আহিছে। আনকি নিজেও লাখ লাখ টকাৰ কাপোৰ-কানি পিন্ধি, কোটি টকাৰ খাদ্য খাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে নৰেন্দ্ৰ মোদীয়ে। কিন্তু ইয়াৰ মাজতে প্ৰকাশিত এটা খবৰে হিন্দু সকলক হচকিত কৰি তুলিছে।

ৰাজস্থানৰ ভিলৱাড়াত অৱস্থিত দেৱনাৰায়ণ মন্দিৰৰ দানপাত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দান দিয়া খামৰ পৰা মাত্র ২১ টকা পোৱাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

খবৰ অনুসৰি, যোৱা ২৮ জানুৱাৰীত গুৰ্জৰ সমাজৰ আৰাধ্য দেৱতা দেৱনাৰায়ণ মন্দিৰলৈ গৈছিল প্ৰধানমন্ত্ৰী মোডী। মন্দিৰটোৰ ১১১১ প্রতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থকা প্রধানমন্ত্রীয়ে অহাৰ সময়ত মন্দিৰটোৰ দানপাত্ৰত এটা খাম দিছিল। 

প্রায় ৯ মাহ পিছত দানপাত্ৰটো খোলাৰ সময়ত মোডীয়ে দিয়া খামটোৰ পৰা মাত্ৰ ২১ টকাহে ওলাল। এজন প্ৰধানমন্ত্ৰীয়ে, তাকো হিন্দুত্বৰ কথা কৈ শাসনলৈ অহা প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ নামত মাত্ৰ ২১ টকা বৰঙনি দিয়া কাৰ্যত গুৰ্জৰ সমাজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

ইয়াৰ পিছতে এতিয়া হিন্দুৰ মন্দিৰৰ প্ৰতি মোদীৰ সেৱা মনোভাৱ সম্পৰ্কেও সন্দেহৰ সৃষ্টি হৈছে। ৰাইজে প্ৰশ্ন কৰিছে, কোটিপতি হোৱাৰ পিছতো মন্দিৰলৈ নগণ্য অনুদান কিয় আগবঢ়ালে নৰেন্দ্ৰ মোদীয়ে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd